ETV Bharat / state

দলগাঁৱত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাঃ গ্ৰেপ্তাৰ 1

আৰক্ষীয়ে 39 বস্তা চাউল জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এজন চোৰাং ব্যৱসায়ীক ৷

author img

By

Published : Jun 9, 2019, 7:04 PM IST

দলগাঁৱত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাঃ গ্ৰেপ্তাৰ 1

দলগাঁও,9 জুনঃ দুখীয়াৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ 39 বস্তা চাউল জব্দ কৰে দৰঙৰ দলগাঁও আৰক্ষীয়ে । অধিক মুনাফাৰ বাবে চাউল খিনি দলগাঁৱৰ ঢেকেৰী গাঁওস্থিত ৰাইচ মিলত পেকেটিং কৰি বজাৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা অৱস্থাত দলগাঁও আৰক্ষীয়ে চাউল খিনি জব্দ কৰে আৰু ৰাইচ মিলৰ স্বত্বাধিকাৰী আব্দুল ৱাদুদক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে । সুলভ মূল্যৰ চাউলৰ উক্ত চোৰাং বেহাৰ বিৰুদ্ধে দলগাঁও আঞ্চলিক আমছুৱে এখন এজাহাৰ দাখিল কৰাৰ লগতে দৰং জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Intro:দলগাও /৯ জুন

** দলগাঁৱত সূলভ মূল্যৰ চাউলৰ চোৰাং বেহা ।
** আৰক্ষীয়ে জব্দ কৰিলে ৩৯ বস্তা চোৰং চাউল ।
** এজনক জেললৈ প্ৰেৰণ ।Body:দুখীয়াৰ বাবে চৰকাৰে যোগান ধৰা সূলভ মূল্যৰ ৩৯ বস্তা চাউল জব্দ কৰে দৰঙৰ দলগাও আৰক্ষীয়ে । অধিক মুনাফাৰ বাবে চাউল খিনি দলগাঁৱৰ ঢেকেৰী গাওস্হিত ৰাইচ মিলত পেকেটিং কৰি বজাৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা অবস্থাত দলগাও আৰক্ষীয়ে চাউল খিনি জব্দ কৰে আৰু ৰাইচ মিলৰ স্বত্বাধিকাৰী আব্দুল ৱাদুদক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।Conclusion:সূলভ মূল্যৰ চাউলৰ উক্ত চোৰাং বেহাৰ বিৰুদ্ধে দলগাও আঞ্চলিক আমছুৱে এখন এজাহাৰ দাখিল কৰাৰ লগতে দৰং জিলা উপায়ুক্তক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.