ETV Bharat / state

দলগাঁৱত গঁড় চিকাৰী আটক

author img

By

Published : Jun 21, 2019, 10:58 AM IST

বৃহস্পতিবাৰে নিশা দলগাঁও আৰক্ষীৰ অভিযানত সুৰেন হেমৰন নামৰ এটা দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক ৷

দলগাঁৱত গঁড় চিকাৰী আটক
  • দলগাঁৱৰ শ্যামপুৰত দুৰ্ধৰ্ষ গড় চিকাৰী আটক
  • উদ্ধাৰ এটা 303 ৰাইফল আৰু 11 জাই সজীৱ গুলী
  • দৰং আৰক্ষীৰ অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক দুৰ্ধৰ্ষ গড় চিকাৰীটো
  • বগৰীবাৰী চৰৰ পৰা আৰক্ষীয়ে অভিযান চলায় আটক কৰে সুৰেন হেমৰনক
  • সুৰেন হেমৰনৰ ঘৰ সৰু পথাৰৰ ৰাণী পুখুৰী গাঁৱত

Intro:* দলগাঁৱৰ শ্যামপুৰত দুৰ্ধৰ্ষ গড় চিকাৰী আটক ।
* উদ্ধাৰ এটা 303 ৰাইফল আৰু ১১ জাই সজীব গুলী ।
Body:## দৰং আৰক্ষীৰ অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক দুৰ্ধূৰ্ষ গড় চিকাৰী ।
## উদ্যানখনৰ কাষতে থকা বগৰীবাৰী চৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে সুৰেন হেমৰন নামৰ দুৰ্ধৰ্ষ গড় চিকাৰী জনক ।
** সুৰেন হেমৰনৰ ঘৰ সৰু পথাৰৰ ৰাণী পুখুৰী গাঁৱত ।
**অভিযানত উদ্ধাৰ এটা 303 ৰাইফল আৰু 11 জাই সতেজ গুলি ।
**আন এজন চোৰাং চিকাৰী পলাতক ।

Conclusion:আব্দুল হাকিম
দলগাও
২১ জুন ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.