ETV Bharat / state

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ

author img

By

Published : Aug 4, 2019, 10:20 PM IST

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ কৰা হয় ৷ স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে বিতৰণ অনুষ্ঠানত উপস্থিত থাকি হিতাধিকাৰীক কঠীয়া বিতৰণ কৰে ।

দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰণ

দলগাঁও, 4 আগষ্টঃ বানাক্ৰান্ত কৃষক সকলক সকাহ দিবলৈ দৰং জিলা কৃষি বিভাগৰ দ্বাৰা দলগাঁৱত সমূহীয়া নাৰ্চাৰীত ৰোপণ কৰা ৰনজিৎ-১ ধানৰ কঠীয়া আজি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় । দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত কৃষক সকলক কঠীয়া বিতৰণ কৰে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলীয়ে ৷ কঠীয়া বিতৰণ অনুষ্ঠানত জিলা কৃষি বিষয়া ভাৰত দেউৰীৰ সৈতে কৃষি উন্নয়ন বিষয়া সুৰজিত দাস ও পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

Intro:Slug.. Dalgaon paddy seedling distribution

Byte.. MLA, Ilias Ali

## দৰঙৰ দলগাঁৱত কৃষকৰ মাজত কঠীয়া বিতৰন ।
## বিতৰন কৰে স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে ।
Body:

দলগাঁও / ৪ আগষ্ট

বানাক্ৰান্ত কৃষক সকলক সকাহ দিবলৈ দৰং জিলা কৃষি বিভাগৰ দ্বাৰা' দলগাঁৱত সমূহীয়া নাৰ্চাৰীত ৰোপণ কৰা ৰনজিত-১ ধানৰ কঠীয়া আজি হিতাধিকাৰীৰ মাজত বিতৰন কৰা হয় । দলগাঁও মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত কৃষক সকলক কঠীয়া বিতৰন কৰে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলীয়ে ৷ উল্লেখ্য যে বানাক্ৰান্ত কৃষকৰ বাবে - ৬ জুলাইত দলগাঁও বীজ নিগমৰ প্ৰায় দুশ বিঘা মাটিত জিলা প্ৰশাষন আৰু কৃষি বিভাগৰ দ্বাৰা সমূহীয়া ভিত্তিত কঠীয়া ৰোপণ কৰা হৈছিল

Conclusion: ৷ কঠীয়া বিতৰণ অনুষ্ঠানত জিলা কৃষি বিষয়া ভাৰত দেউৰীৰ সৈতে কৃষি উন্নয়ন বিষয়া সুৰজিত দাস, ও পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে৷

আব্দুল হাকিম
দলগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.