ETV Bharat / state

বাপুজীৰ আদৰ্শৰে সুন্দৰ অসম গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী সোণোৱালৰ - Sonowal attended sankalpa jatra news

দৰঙত বিজেপিৰ সংকল্প যাত্ৰা অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অনুষ্ঠানত মুক্তি যুঁজাৰু,সাহিত্যক পেন্সনাৰ আৰু শিল্পী পেন্সনাৰ সকলক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

বাপুজীৰ আদৰ্শৰে সুন্দৰ অসম গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Oct 15, 2019, 8:20 PM IST

Updated : Oct 16, 2019, 2:16 PM IST

দৰং,15 অক্টোবৰ : মঙলবাৰে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ সংকল্প যাত্ৰাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা,নলবাৰীৰ বিধায়ক অশোক শৰ্মাকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে ৷

দৰঙত বিজেপিৰ সংকল্প যাত্ৰা

ইপিনে,অনুষ্ঠানত আগন্তুক দিনবোৰত অসমক গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন আদৰ্শবান ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অনুষ্ঠানত মুক্তি যুঁজাৰু,সাহিত্যক পেন্সনাৰ আৰু শিল্পী পেন্সনাৰ সকলক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

Intro:দৰংত ভাৰতীয় জনতা পাৰ্টিৰ ৰ গান্ধী সংকল্প যাত্ৰা ৷
শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
Body:দৰংত ভাৰতীয় জনতা পাৰ্টিৰ ৰ গান্ধী সংকল্প যাত্ৰা ৷
শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দৰংত ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ একাডেমী
খেলপথাত গান্ধী সংকল্প যাত্ৰাৰ শুভ আৰম্ভণি কৰে ৷ এই গান্ধী সংকল্প যাত্ৰা অসমৰ ১৪ টা লোক সভা সমষ্টিত হব৷ এই গান্ধী সংকল্প যাত্ৰাত ডেৰশ কিলোমিটাৰ খোজ কাঢ়িব মুখ্যমন্ত্ৰী সোনোৱালে৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুক্তি যুঁজাৰু , সাহিত্যক পেন্সনাৰ আৰু শিল্পী পেন্সনাৰ সকলক জনায় সম্বৰ্ধনা ৷

অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতা, নলবাৰী ৰ বিধায়ক অশোক শৰ্মা, মঙলদৈ ৰ সাংসদ দিলীপ শকীয়া, ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া, মঙলদৈ ৰ সাংসদ গুৰুজ্যোতি দাসকে ধৰি দলৰ সহস্ৰাধিক কৰ্মী, আৰু স্থানীয় ব্যক্তি সকল উপস্থিত থাকে ৷Conclusion:Debabrat goswami
Last Updated : Oct 16, 2019, 2:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.