ETV Bharat / state

ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

author img

By

Published : Mar 5, 2021, 3:20 PM IST

কোন সমষ্টিত কোনে পাব মিত্ৰজোটৰ প্ৰাৰ্থীত্ব তাকলৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে গৃহ কণ্ডল ৷ ক্ৰমাত বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাটে ৷ ছিপাঝাৰ সমষ্টিটো বিজেপিয়ে কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ দিছে অগপক ৷

ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট
ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

দৰং,5 মাৰ্চ: বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাটে ৷ কোন সমষ্টিত কোনে পাব মিত্ৰজোটৰ প্ৰাৰ্থীত্ব তাকলৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে গৃহ কণ্ডল ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ছিপাঝাৰ সমষ্টিটো আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ সমষ্টিটো বিজেপিয়ে কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ দি থকাৰ সময়তে অগপক সমষ্টিটো এৰি দিয়াৰ চৰ্চা চলাৰ সময়তে ক্ষোভত ফাতি পৰিছে বিজেপি কৰ্মীসকল ৷

শুকুৰবাৰে, ছিপাঝাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিজেপি কৰ্মীয়ে ৷ বিনন্দ শইকীয়াৰ পৰিৱৰ্তে মিত্ৰ দল অগপক সমষ্টিটো এৰি দিয়াৰ চৰ্চা চলাত দুভাগত বিভক্ত হৈছে কৰ্মী সকল ৷ বিজেপি কৰ্মীৰ দাবী আন দলৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব কোনো কাৰণতে মানি লোৱা নহ'ব ৷

লগতে পঢ়ক: পশ্চিম বংগত তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.