ETV Bharat / state

অনুসূচীত জাতিৰ বাবে কেন্দ্ৰৰ ৫৯ হাজাৰ কোটিটকীয়া পেকেজ : গুৰুজ্যোতি দাস

author img

By

Published : Jan 4, 2021, 2:33 PM IST

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তুংগত উঠিছে ৰাজ্যৰ ৰাজনীতি ৷ সোমবাৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে এক সংবাদমেল অনুষ্ঠিত কৰি অনুসূচীত জাতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৫৯ হাজাৰ কোটি টকাৰ নতুন পেকেজ ঘোষণা কৰাৰ কথা সদৰী কৰে ৷

BJP MLA GURUJYOTI DAS PRESSMEET
অনুসূচীত জাতিৰ বাবে কেন্দ্ৰৰ ৫৯হাজাৰ কোটিটকীয়া পেকেজঃবিধায়ক গুৰুজ্যোতি দাস

দৰং,4 জানুৱাৰীঃসমাগত ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তুংগত উঠিছে ৰাজ্যৰ ৰাজনীতি ৷ তেনে সময়তে শাসনাধীস্থিত বিজেপি চৰকাৰে নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে ইটোৰ-পিছত আনটো পেকেজ ৷ সোমবাৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে এক সংবাদমেল অনুষ্ঠিত কৰি অনুসূচীত জাতিৰ বাবে কেন্দ্ৰ চৰকাৰে ৫৯ হাজাৰ কোটিটকীয়া নতুন পেকেজ ঘোষণা কৰাৰ কথা সদৰী কৰে ৷

তদুপৰি, ৰাজ্যিক এচচিডিচিৰ অধ্যক্ষ গুৰুজ্যোতি দাসে অনুসূচীত জাতিৰ স্নাতকোত্তৰ নিবনুৱা, শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ্থীৰ বাবে ২৫ হাজাৰ টকাৰ এককালীন সাহাৰ্য, অনুসূচীত জাতিৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বাবে গৃহ নিৰ্মাণ, অনুসূচীত জাতি এলেকাত পথ, দলং তথা ৰাজহুৱা গৃহ নিৰ্মাণৰ উপৰিও জনগোষ্ঠীটোৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া কম্পিউটাৰ বিতৰণ আদি এই পেকেজত অন্তৰ্ভুক্ত আছে বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে, শাসনাধীস্থিত বিজেপি চৰকাৰে নিৰ্বাচনৰ বতৰত ঘোষণা কৰা এনেবোৰ পেকেজে আগন্তুক সময়ত বিধানসভা নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ পেলাব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.