ETV Bharat / state

দৰঙত পুনৰ এনকেফেলাইটিছ ৰোগত মৃত্যু এজন লোকৰ

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগ । দৰং জিলাতো এতিয়ালৈকে ৭ জন লোক এই ৰোগত আক্ৰান্ত হৈছে । কিন্তু যোৱা নিশা গুৱাহাটীৰ GNRC হাস্পতালত জাপানীজ এনকেফেলাইটিছ ৰোগত চিকিৎসাধীন অৱস্থাত ৰহিমুদ্দিন আহমেদ নামৰ লোক জনৰ মৃত্যু হয় ।

দৰঙত পুনৰ এনকেফ্লাইটিজ ৰোগত মৃত্যু এজন লোকৰ
author img

By

Published : Jul 3, 2019, 6:08 PM IST

দৰং, ৩ জুলাইঃ

  • দৰঙত জাপানীজ এনকেফেলাইটিছ ৰোগত পুনৰ মৃত্যু এজন লোকৰ
  • মৃত লোক জনৰ নাম ৰহিমুদ্দিন আহমেদ (৬৮)
  • লোক জনৰ ঘৰ মঙলদৈৰ নগৰবাহীত
    দৰঙত পুনৰ এনকেফ্লাইটিজ ৰোগত মৃত্যু এজন লোকৰ
  • ৰহিমুদ্দিন আহমেদ গুৱাহাটী GNRC ত চিকিৎসাধীন হৈ আছিল
  • যোৱা নিশা মৃত্যু হয় ৰহিমুদ্দিনৰ
  • জিলাখনত এতিয়াও ৭ জন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আছে

লগতে আন এটা বাতৰি - মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ টিৱৰে বান্ধ খহি 6 জনৰ মৃত্যু

Intro:দৰঙৰ JE ত পুণৰ এজনৰ মৃত্যু। Body:মৃত লোক জন মঙ্গলদৈ নগৰবাহিৰ ৰহিমুদ্দিন আহমেদ। (68)গুৱাহাটী GNRC ত চিকিৎসাধীন হৈ আছিল আহমেদ।

যোৱা নিশা লোক জনৰ মৃত্যু হয়।

বৰ্তমানলৈ দৰঙত JE ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে।

বিভাগে পূৰ্বতে JE প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে JE ৰ আতংকই দেখা দিছে সমগ্ৰ দৰঙত ।

Conclusion:এতিয়াও ৭ জন আক্ৰান্ত হৈয়ে আছে
দেবব্ৰত গোস্বামী দৰঙ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.