ETV Bharat / state

স্বায়ত্বশাসিত পৰিষদ হৈছে বিভাজনৰ ৰাজনীতিঃ দৰং জিলা আক্ৰাছু - দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

মঙলদৈত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ ৷

কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

author img

By

Published : Sep 5, 2020, 1:14 AM IST

দৰং, 4 ছেপ্টেম্বৰ : মঙলদৈত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ ৷ অসম বিধানসভাত গৃহীত কৰা কমতাপুৰ স্বায়ত্ব শাসিত বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷ মঙলদৈ চিলাৰায় ভৱনৰ সন্মুখত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুব ছাত্ৰ সন্মিলনীয়ে কৰে এই প্ৰতিবাদ ৷

দীৰ্ঘ দিন ধৰি কোচ-ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন ভাতৃ সংগঠন,ছাত্ৰ সংগঠনে কোচ-ৰাজবংশী সম্প্ৰদায়ক জনজাতিকৰণ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰি অহাৰ পিছতো বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধিয়ে কোচ-ৰাজবংশী সম্পদায়ৰ লগতে ছয় জনগোষ্ঠীক জনজাতি কৰা হ'ব বুলি কৈ আহিছিল যদিও মুৰকত কোচ-ৰাজবংশী সম্পদায়ক বিভাজনৰ ৰাজনীতি কৰি স্বায়ত্ব শাসিত পৰিষদহে ঘোষণা কৰিছে ৷

কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

মঙলদৈ চিলাৰায় ভৱনৰ সন্মুখত হোৱা প্ৰতিবাদী কাৰ্যসূচীত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ বিধেয়কৰ প্ৰতিলিপি দাহ কৰি "এইয়া নমুনাহে" পৰৱৰ্তী সময়ত এই পৰিষদ গঠনৰ বিৰোধিতা কৰি তীব্ৰ আন্দোলন কৰি যাব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ বিষয়ে আপোচ কৰা নহ'বঃ গকুল বৰ্মণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.