ETV Bharat / state

ভুৱা ফেচবুক একাউণ্ট খুলি ৰঙাঘৰৰ আলহী যুৱক - Darrang news

দৰঙত ভুৱা ফেচবুক একাউণ্ট খুলি গ্ৰেপ্তাৰ হ'ল এজন যুৱক । ভুৱা ফেচবুক একাউন্টত ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটো আপলোড দি অশ্লীল মন্তব্যৰে শালীনতা হানি কৰাৰ অপৰাধত ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকজনক

ভুৱা ফেচবুক একাউণ্ট খুলি ৰঙাঘৰৰ আলহী যুৱক
author img

By

Published : Sep 4, 2019, 3:19 AM IST

Updated : Sep 4, 2019, 9:07 AM IST

দৰং, 4 ছেপ্তেম্বৰঃ দৰঙত ভুৱা ফেচবুক একাউণ্ট খুলি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ তথ্যানুসৰি, খৈৰাবাৰীৰ ৰিতুল ভট্টাচাৰ্য নামৰ যুৱক এগৰাকীয়ে ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটোসহ অশ্লীল মন্তব্য ফেচবুকত ভুৱা একাউণ্ট খুলি আপলোড দিছিল ৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ কলিতা আৰু দৰং জিলা আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰ নেতৃত্বত এটা আৰক্ষীৰ দলে খৈৰাবাৰীৰ পৰা অভিযুক্ত যুৱকজনক আটক কৰে ৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Intro:দৰঙত ভুৱা ফেচবুক একাউণ্ট খুলি গ্ৰেপ্তাৰ হ'ল এজন ।Body:ভুৱা ফেছবুক একাউন্ট খুলি ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটো আপলোড দি অশ্লীল মন্তব্যৰে শালীনতা হানি কৰাৰ অপৰাধত ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক ৷খৈৰাবাৰীৰ ৰিতুল ভট্টাচাৰ্য নামৰ যুৱক এগৰাকীয়ে ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটোসহ অশ্লীল মন্তব্য ফেছবুকত ভুৱা একাউণ্ট খুলি আপলোড দিছিল ৷ যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ কলিতা আৰু দৰং জিলা আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই খৈৰাবাৰীৰ পৰা অভিযুক্ত যুৱক জনক আটক কৰে ৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে ৫৯১/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ৷ আনহাতে দৰং আৰক্ষীয়ে জনোৱা মতে আন আন এনে কেতবোৰ ভুৱা একাউণ্টৰ ওপৰত তীব্র নজৰ ৰাখিছে । লগতে এনেকুৱা কামৰ পৰা সকলোকে বিৰত থাকিবলৈ দৰং আৰক্ষীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।Conclusion:Debabrat goswami,Darrang
Last Updated : Sep 4, 2019, 9:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.