ETV Bharat / state

বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা - বঙাইগাঁওৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা

বঙাইগাঁওৰ চাপৰাকাটাত শুকুৰবাৰে ছিতাৰাম আগৰৱালাৰ গুদামৰ পৰা জব্দ কৰে দহ লক্ষাধিক টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা ৷

বঙাইগাঁও
বঙাইগাঁওৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা
author img

By

Published : Feb 1, 2020, 3:29 PM IST

চিৰাং, 1 ফেব্ৰুৱাৰীঃ বঙাইগাঁওৰ চাপৰাকাটাত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অহা আৱকাৰী চোৰাংচোৱা আৰু অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অভিযান । অভিযানত প্ৰায় দহ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ কৰে আবকাৰী বিভাগে ৷

৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধ ঘাটি স্থাপন কৰি সুৰাৰ কলা ব্যৱসায় চলোৱাৰ অভিযোগ সুৰা মাফিয়াৰ বিৰুদ্ধে৷ চাপাৰাকাটা উৰনীয়া সেঁতুৰ ওচৰত এই সুৰাৰ ঘাটি স্থাপন কৰাৰ খবৰ পাই গুৱাহাটীৰ পৰা অহা আবকাৰী চোৰাংচোৱা আৰু অপৰাধ অনুসন্ধান শাখাৰ দলে অভিযান চলাই ৩২৩ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ সুৰা জব্দ কৰে৷

বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ অবৈধ অৰুণাচলী সুৰা

অভিযোগ অনুসৰি, স্থানীয় আবকাৰী বিভাগৰ কৰ্মচাৰী আৰু আৰক্ষীৰ সহযোগতে এই ব্যৱসায় চলাই আহিছে৷ নলবাৰীৰ নয়ন নামৰ এজন যুৱক আৰু জিলাখনৰ নাচনগুৰীৰ ময়েজউদ্দিন ওৰফে গেডা নামৰ যুৱক দুজনে সীতাৰাম আগৰৱালাৰ ঘৰ ভাৰাত লৈ এই বেপাৰ কৰি আহিছিল৷ গুডামতে অৰুণাচলৰ পৰা সুৰা আনি ইয়াত লেবেল সলনি কৰি অসমত এই অবৈধ সুৰাৰ বেপাৰ কৰি অহাৰ অভিযোগ কৰে স্থানীয়ই ৷

উল্লেখ্য যে, গুৱাহাটীৰ পৰা অহা অভিযানকাৰী দলটোৱে জব্দকৃত অৰুণাচলী সুৰা খিনি বঙাইগাঁওৰ আবকাৰী বিভাগত আনুষ্ঠানিকভাৱে গতাই দিয়ে । তাৰোপৰি গুদামটোত চিমেন্টৰো অবৈধ ব্যৱসায় হোৱাৰ অভিযোগ উত্থাপিত হৈছে । চিমেন্টৰ বেগ খুলি তাত মাটি মিহলি কৰি বিক্ৰী কৰাৰ অভিযোগ স্থানীয়ৰ । আনহাতে, আবকাৰী বিভাগৰ অভিযানত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে ।

আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণকাণ্ডঃ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন দোষী অক্ষয় ঠাকুৰৰ

Intro:Body:SLUG: HUSBAND BRUTALLY ATTACKED WIFE, KARIMGANJ
স্ত্ৰীৰ উপৰত প্ৰাণঘাতি আক্ৰমন চলালে এগৰাকি নিৰ্দয় স্বামীয়ে । দাৰে কোৱাই হত্যা কৰাৰ চেষ্ঠা চলালে স্ত্ৰীক । আহত স্ত্ৰী প্ৰতিবেশীৰ সহযোগত কোনওমতে নিজকে ৰক্ষা কৰি থানাৰ দ্বাৰস্থ হল । ঘটনা কৰিমগঞ্জ চহৰৰ লংগাই ৰোডৰ । যৌতুক বিচাৰি টকা নেপাই স্বামীয়ে এনে ঘটনা কৰাৰ অভিযোগ ।
চাৰি বছৰ পূৰ্বে কৰিমগঞ্জ চহৰৰ কালীমহাবীৰ বাড়ি ৰোডৰ সুদিপ্তা দাসৰ সৈতে লংগাই ৰোডৰ ৰাজীব দাস চৌধুৰীৰ বিয়া হৈছিল । দুয়োৰ এটা তিনি বছৰিয়া পুত্ৰ সন্তানো আছে । কিন্তু বিয়াৰ পাছৰ পৰাই ৰাজীবে নিৰ্মম অত্যাচাৰ চলাই আহিছে বুলি জানিব পাৰা গৈছে । সৰু সৰা কথাবাৰ্তাতেই কাজিয়াৰ সৃষ্ঠি কৰি স্ত্ৰীক অত্যাচাৰ চলাই আহিছিল ৰাজীবে । ইমানদিন লৈকে সুদিপ্তায় সহ্য কৰি থাকিলেও যোৱানিশা ইয়াৰ চৰম হৈ উঠে । কোনও এটা কাৰনত কাজিয়া লাগিলে ৰাজীবে দাৰে ঘপিয়াই দিয়ে ঘইনিকেৰ উপৰত । কপাল ভাল থকাত দাৰ কোপ গালৰ এফালে লাগিলে গুৰুতৰ আহত হলেও প্ৰানে বাছে মহিলাগাৰকি । চিহৰ বাহৰ শুনি প্ৰতিবেশীৰ লোক আহি উদ্ধাৰ কৰে সুদিপ্তাক । ৰক্তাক্ত অবস্থাতে তিনি বছৰিয়া শিশুক কোলাত লৈ থানাত আহি উপস্থিত হয় বোৱাৰিজনি । খবৰ পাই সুদিপ্তাৰ ভাতৃও আহি উপস্থিত হৈ থানাত গোচৰ তৰে । সুদিপ্তাৰ ভাষ্যমতে, বিয়াৰ কিছুদিন পাছৰ পৰা ৰাজীবে তেঁওৰ ভগিনী সলৰ প্ৰৰোচনাত অত্যাচাৰ চলাই আহিছে । কিছুদিনৰ মুৰে মুৰে পিতৃৰ পৰিৱালৰ পৰা টকা আনিবলৈ হেঁচা দিয়ে । ইয়াকে লৈ দুয়োৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল । সুদিপ্তাৰ ভাতৃয়ে কয়, তেঁওৰ বোন্টিৰ সৈতে পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল । যোৱাকালিও ৰাজীবে তেঁওলোকৰ পৰা টকা বিচাৰিছিল ৰাজীবে ।
এনে ঘটনায় ব্যাপক চাঞ্চল্যৰ সৃষ্ঠি হৈছে এলাকাত । ঘটনা সংঘটিত কৰি নিজকে আত্মগোপন কৰি ৰাখিছে ৰাজীবে । ইফালে কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে গোচৰটো পঞ্জীকৃত কৰি ৰাজীবৰ সন্ধান অব্যাহত ৰাখিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.