ETV Bharat / state

বিটিচিত প্ৰতিটো বিভাগতে সংঘটিত হৈছে দুৰ্নীতিঃ প্ৰমোদ বড়ো

author img

By

Published : Jun 6, 2020, 5:16 PM IST

বিটিচিৰ 17 বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মহতে আঁভুৱা মাৰি শাসন ব্যৱস্থা চলাই ৰাইজক লুণ্ঠন কৰি প্ৰতিটো বিভাগতে ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰিছে । দুৰ্নীতিগ্ৰস্ত প্ৰতিজন ব‍্যক্তিৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰিবই লাগিব বুলি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ হুংকাৰ।

বিটিচিত প্ৰতিটো বিভাগতে সংঘটিত হৈছে দুৰ্নীতিঃ প্ৰমোদ বড়ো
বিটিচিত প্ৰতিটো বিভাগতে সংঘটিত হৈছে দুৰ্নীতিঃ প্ৰমোদ বড়ো

চিৰাং, 6 জুন : বিটিচিত ৰাজ্যপালৰ ভ্ৰমণ কাৰ্যসূচী চলি থকাৰ সময়তে হাগ্ৰামা মহিলাৰীৰ বিটিচি শাসন কালত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে । বিটিচিৰ 17 বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মহতে আঁভুৱা মাৰি শাসন ব্যৱস্থা চলাই ৰাইজক লুণ্ঠন কৰি প্ৰতিটো বিভাগতে ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰিছে । দুৰ্নীতিগ্ৰস্ত প্ৰতিজন ব‍্যক্তিৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰিবই লাগিব বুলি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে দাবী জনায় ।

প্ৰমোদ বড়োৱে চিৰাং জিলাৰ কাশিকোত্ৰা,বাসুগাঁও অঞ্চলত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিত বিগত 17 বছৰে ৰাইজক লুণ্ঠন কৰি প্ৰতিটো বিভাগতে ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰিছে । বিটিচিত এতিয়া ৰাজ্যপাল শাসন চলি আছে আৰু ইউপিপিএল দলে ইমান বছৰে চলি থকা দুৰ্নীতিৰ উচিত তদন্তৰ দাবী কৰিছো। হাগ্ৰামা মহিলাৰী-চন্দন ব্ৰহ্মহতে এতিয়া নিৰ্বাচনী অধিসূচনা চলি থকাৰ মাজতে সেই নিয়ম ভংগ কৰি ঠায়ে ঠায়ে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ।

লগতে পঢ়কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মফচলীয় অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.