- চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত পথ দুৰ্ঘটনা
- স্কুটী আৰোহীয়ে মহতিয়ালে বৃদ্ধ পথচাৰীক
- গুৰুতৰ ভাৱে আহত দাদগিৰিৰ মাঝী বস্তিৰ বাসিন্দা বীৰ বাহাদুৰ মাঝী
- বৃদ্ধগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে
- এখন নম্বৰপ্লেটহীন স্কুটীৰে খুন্দিওৱাৰ ফলত নিহত হয় লোক জন
চিৰাঙত পথ দুৰ্ঘটনা, নিহত পথচাৰী
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত বীৰ বাহাদুৰ মাঝী নামৰ পথচাৰী ৷ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে
চিৰাঙত পথ দুৰ্ঘটনা, নিহত পথচাৰী
- চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত পথ দুৰ্ঘটনা
- স্কুটী আৰোহীয়ে মহতিয়ালে বৃদ্ধ পথচাৰীক
- গুৰুতৰ ভাৱে আহত দাদগিৰিৰ মাঝী বস্তিৰ বাসিন্দা বীৰ বাহাদুৰ মাঝী
- বৃদ্ধগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে
- এখন নম্বৰপ্লেটহীন স্কুটীৰে খুন্দিওৱাৰ ফলত নিহত হয় লোক জন
Slug : As_Chg_22th jun_801_Chirang Road accident one death_viz & byte_Abdul Maleque Ahmed.
Viz Send by ftp. (Wrap is not working)
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত পথ দুৰ্ঘটনা,নিহত এক । স্কুটী আৰোহিয়ে মহটিয়ালে বৃদ্ধ পথচাৰিক । সীমান্তৰ দাদগিৰিৰ মাঝী বস্থিৰ বাসীন্দা বীৰ বাহাদুৰ মাঝী (৬৫) নামৰ লোকজন গুৰুতৰ ভাৱে আহত হোৱাৰ পিচত ততাতৈয়াকৈ ভূটানৰ গেলেফুত লয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে । নতুন তথা নম্বৰপ্লেটহীন স্কুটীৰে খুন্দিওৱাৰ ফলত নিহত হয় লোক জন ।
বাইট দিলো স্থানীয় লোকৰ ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।