ETV Bharat / state

ক'ত দিন দুপৰতে চলিছে জুৱা?

জিলাখনত উৎসৱ পাৰ্বণৰ নামত সততে বিভিন্ন ধৰণৰ জুৱা অনুষ্ঠিত হৈ অহাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে আৰক্ষী তথা প্ৰশাসনে ৷

ক'ত দিন দুপতে চলিছে জুৱা?
author img

By

Published : Mar 28, 2019, 6:57 AM IST

Updated : Mar 28, 2019, 7:13 AM IST

চিৰাং, 28 মাৰ্চঃ বঙাইগাঁৱত দৌল উৎসৱৰ মেলাৰ নামত দিন-দুপৰতে চলিছে জুৱা । বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ঢালিগাঁও-দোলাইগাঁওৰ মাজত থকা পথাৰত বুধবাৰে ৰাতিপুৱাৰেপৰা মুকলিভাৱে চলিছে বিভিন্ন প্ৰকাৰৰ জুৱা ৷

ক'ত দিন দুপতে চলিছে জুৱা?
নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাচত আইন-শৃংখলাকলৈ প্ৰশাসন তৎপৰ হৈ পৰাৰ পাচত জিলা সদৰ চহৰতে এনেদৰে মুকলিভাৱে জুৱা চলি থকাত অসন্তুষ্ট হৈ পৰিছে সচেতন মহল ৷ উল্লেখ্য যে জিলাখনত উৎসৱ পাৰ্বণৰ নামত সততে বিভিন্ন ধৰণৰ জুৱা অনুষ্ঠিত হৈ অহাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে আৰক্ষী তথা প্ৰশাসনে ৷

Slug : A_Chirang_26th Mar_804_Bongaigaon open gambling on deul mela_viz_Abdul Maleque Ahmed. 
Exclusive. 

Send by Mail. 

বঙাইগাঁওত দৌল উৎসৱৰ মেলাৰ নামত দিন-দুপৰতে আৰক্ষীৰ পোহৰাত চলিছে ঝাণ্ডি-মুণ্ডাৰ জুৱা । বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ঢালিগাঁও-দোলাইগাঁওৰ মাজত থকা পথাৰত আজি ৰাতিপুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা ঝাণ্ডী-মুণ্ডাৰ জুৱা,চকৰি,লগতে বিভিন্ন ধৰনৰ জুৱা মুকলি ভাৱেই চলি আছে এই দৰে । দেশৰ সাধাৰন নিৰ্ব্বাচনৰ অধিশোচনা জাৰী হোৱাৰ পিচত এই দৰে দিন দুপৰতে  একাংশ অগপ-বিজেপি নেতাৰ ছত্ৰ ছায়াত চলিছে এই মুকলি জুৱা । লাখ লাখ টকাৰ জুৱাৰ অনুমতি কিদৰে পালে সেয়া লৈ চলিছে বঙাইগাঁওত চৰ্চা । কাৰন জুৱাৰ বাহিৰত নিয়োজিত আছে আৰক্ষী অৰ্থাৎ আৰক্ষীৰ ছত্ৰ ছায়াতে চলিছে জুৱা । যোৱা কিছুদিনৰ পৰা বঙাইগাঁওত যিকোনো ধৰনৰ পুজা পাৰ্বন,উৎসৱ আদিৰ গইনা লৈ যতে ততে এই ধৰনৰ জুৱা অনুষ্ঠিত হৈ অহা বুলি সততে অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
Last Updated : Mar 28, 2019, 7:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.