ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন ছেবাৰ অধ্যক্ষৰ

প্ৰশ্নৰ বিসংগতি সন্দৰ্ভত ছেবাৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান নিখিল বড়ো ছাত্ৰ সন্থাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন ছেবাৰ অধক্ষ্যৰ
author img

By

Published : Mar 15, 2019, 7:35 PM IST

চিৰাং,15 মাৰ্চ: চিৰাং জিলাৰ বিজনী বিদ্যাপিঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছেবাৰ অধ্যক্ষ ৰমেশ কুমাৰ জৈন ৷ শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শনৰ উদ্দেশ্যে বিদ্যালয়খনত উপস্থিত হয় জৈন ৷ ছেবাৰ অধ্যক্ষজনৰ লগতে উপস্থিত থাকে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম ।

VIDEOহাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন ছেবাৰ অধক্ষ্যৰ

তাৰ পাচতেই ছেবাৰ অধ্যক্ষৰ সৈতে এক আলোচনাত মিলিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা এটা দলে । আলোচনাত শেহতীয়াকৈ হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ বড়ো মাতৃভাষাৰ বিষয়ত পাঠ্যক্ৰমৰ বাহিৰত প্ৰশ্ন অহা তথা গণিতত 3 নম্বৰৰ প্ৰশ্নৰ বিসংগতিৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় দলটোৱে ।

Slug : Slug : A_Chirang_15th Mar_808 to 810_Chirang SEBA director visit_vis & byte_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙৰ বিজনীত SPOT EVALUATION পৰিদৰ্শন ছেৱাৰ অধক্ষ্যৰ ।

চিৰাং জিলাৰ বিজনী বিদ্যাপিঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী চোৱা কেন্দ্ৰত আজি ছেৱাৰ অধ্যক্ষ ৰমেশ কুমাৰ জৈনে পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। ছেৱাৰ অধ্যক্ষ জনৰ লগত উপস্থিত থাকে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এক সজাতি দলে ছেৱাৰ অধ্যক্ষ জনৰ সৈতে আলোচনাত মিলিত হৈ বড়ো মাধ্যমৰ বড়ো মাতৃভাষাৰ বিষয়ত যোৱা হাইস্কুল শেষান্ত পৰিক্ষাত  OUT OF SYLLABUS আৰু গণিতত 3 নম্বৰৰ প্ৰশ্নৰ বিসংগতিৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনায় । 

বাইট : ছেবাৰ অধ্যক্ষ,এবছুৰ জিলাৰ সভাপতি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.