ETV Bharat / state

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুই

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ বাইক চালক দিদৌম মুচাহাৰীৰ (২২) লগতে টাটা এচিৰ (ছোটা হাথী) চালক বীৰবল নাৰ্জাৰী (৩৫) ও আহত হৈছে ৷

author img

By

Published : Jun 22, 2019, 9:56 PM IST

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

চিৰাং, 22 জুন : চিৰাঙৰ ভাৰত - ভূটান সীমান্তৱৰ্তী শান্তিপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰোহী দিদৌম মুচাহাৰী (২২) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ উদণ্ড যুৱকজনে তীব্ৰ বেগত বাইক চলাই আহি সামগ্ৰী কঢ়িওৱা টাটা এচি গাড়ী খনত খুন্দিওৱাৰ ফলত ক্ষতিগ্ৰস্ত হয় গাড়ীখন ৷ ইয়াৰ পাছতে সংকটজনক অৱস্থাত যুৱকজনক বঙাইগাঁওৰ নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰা হয় ৷

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ইপিনে টাটা এচি গাড়ী খনত খুন্দিওৱাৰ ফলত চালকজন গাড়ীতে আৱদ্ধ হৈ পৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে বহু চেষ্টাৰ অন্তত যুৱকজনক গাড়ীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চালকজন চিৰাং জিলাৰ বেংতল অন্ঠাইবাৰীৰ বীৰবল নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷ ভাৰত - ভূটান সীমান্তত শনিবাৰৰ দিনটোত সংঘটিত হোৱা এইটো দ্বিতীয়টো দুৰ্ঘটনা । ৰাতিপুৱাৰ ভাগত সংঘটিত এক দুৰ্ঘটনাত দাদগিৰি অঞ্চলৰ এজন লোক নিহত হৈছিল ৷

Slug : As_Chg_22th_jun_802_Chirang_dangerious_Road_accident__viz_&_byte_Abdul_Maleque_Ahmed. 

Viz Send by ftp.

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত ভয়ানক পথ দুৰ্ঘটনা । উদণ্ড বাইকাৰৰ খুন্দাত সামগ্ৰী কঢ়িওৱা টাটা এচি(ছোটা হাথী) গাড়ী ভয়ানক ভয়ানক ভাৱে ক্ষতিগ্ৰস্থ । কোকৰাঝাৰ তিনিআলিৰ উদণ্ড বাইকাৰ দিদৌম মুচাহাৰী (২২)য়ে তিব্ৰ বেগত আহি প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত সংকট জনক অৱস্থাত বঙাইগাঁওৰ নাৰ্ছিং হোমলৈ প্ৰেৰন । ইপিনে  টাটা এচি গাড়ীখন দুৰ্ঘটনাত বেয়াকৈ চালক জন গাড়ীতে আৱদ্ধ হৈ পৰে । পিচত স্থানীয় লোকে বহু চেষ্টাৰ অন্তত  উদ্ধাৰ কৰে চালক জনক । চিৰাং জিলাৰ বেংতল অন্ঠাইবাৰীৰ বীৰবল নাৰ্জাৰী (৩৫) নামৰ চালক জনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। 
    ভাৰত-ভূটান সীমান্তত আজিৰ দিনটোত সংঘটিত হোৱা এয়া দ্বিতীয়টো দুৰ্ঘটনা । ৰাতিপুৱাৰ ভাগত দাদগিৰিত এজন লোক দুৰ্ঘটনাত নিহত হৈছিল । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.