ETV Bharat / state

নগাঁৱৰ ৰাঙলুত বাগৰিল শাল কাঠ ভৰ্তি বাহন

author img

By

Published : Sep 18, 2019, 3:17 PM IST

পাছফালৰ পৰা অহা বাহনখনৰ পৰা কোনো লোকে টাটা  ম'বাইলখনৰ পিনে লক্ষ্য কৰি দলিয়াইছিল শিলগুটি ৷ শিলগুটি মৰাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে টাটা ম'বাইল খন ৷

নগাঁৱৰ ৰাঙুলত বাগৰিল শাল কাঠ ভৰ্তি বাহন

নগাঁও, 18 চেপ্তেম্বৰঃ নগাঁৱৰ ৰাঙলুত পথ দুৰ্ঘটনা ৷ হোজাইৰ নীলবাগানৰ ফালৰ পৰা আহি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্থ হয় AS-01-JC-3348 শাল কাঠ ভৰ্তি টাটা ম'বাইলখন৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ পাছে পাছে আহি আছিল আন এখন বাহন ৷ পাছফালৰ পৰা অহা বাহনখনৰ পৰা কোনো লোকে টাটা ম'বাইলখনৰ পিনে লক্ষ্য কৰি দলিয়াইছিল শিলগুটি ৷ শিলগুটি মৰাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে টাটা ম'বাইল খন । পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা ম'বাইল খনৰ চালকৰ লগতে পাছে পাছে খেদি অহা বাহনখন ।

নগাঁৱৰ ৰাঙুলত বাগৰিল শাল কাঠ ভৰ্তি বাহন

আনহাতে, গাড়ী খনত থকা শাল কাঠ খিনি চোৰাং কৈ অনা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ । যাৰ বাবে ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয় ৰাঙলুত ৷ ঘটনাস্থলীত ৰাঙলু আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

Intro:নগাঁৱৰ ৰাঙলুত শাল কাঠ ভৰ্তি টাটা ম'বাইলৰ দুৰ্ঘটনা।

ANCHOR= নগাঁৱৰ ৰাঙলুত শাল কাঠ ভৰ্তি টাটা ম'বাইলৰ দুৰ্ঘটনা।হোজাই জিলাৰ নীলবাগানৰ ফালৰ পৰা অাহি অাছিল টাটা ম'বাইল বাহন খন।প্ৰত্যক্ষদৰ্শীৰ মতে অান এখন বাহনে পাছে পাছে পাছে খেদি অাহিছিল টাটা ম'বাইল বাহন খন।ৰাঙলুত পাছে পাছে খেদি অহা গাড়ী খনৰ পৰা কোনো লোকে টাটা ম'বাইল খনত শিলগুটি মৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰে টাটা ম'বাইল খন।পিছত ঘটনাস্থলিৰ পৰা পলায়ন কৰে টাটা ম'বাইল খনৰ চালকৰ লগতে পাছে পাছে খেদি অহা বাহন খনো।দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাঙলুত উত্তেজনাই বিৰাজ কৰাত ঘটনাস্থলিত ৰাঙলু অাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।দুৰ্ঘটনাত পতিত বাহন খনৰ নং-AS01JC-3348।গাড়ী খনত থকা শাল কাঠ খিনি চোৰাং বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

BYTE = প্ৰত্যক্ষ দৰ্শী ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.