ETV Bharat / state

'কেব আমি নামানো' ধ্বনিৰে উত্তাল ৰাজ্য - raha cab protest

কেব নামানো ধ্বনিৰে উত্তাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৷ বিভিন্ন দল-সংগঠন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধৰণ নাগৰিক উলাই আহিছে কেবৰ বিৰুদ্ধে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

cab
'কেব আমি নামানো' ধ্বনিৰে উত্তাল ৰাজ্য
author img

By

Published : Dec 11, 2019, 6:54 PM IST

বঙাইগাঁও, 11 ডিচেম্বৰঃ বঙাইগাঁৱত আছু কৰ্মীক আক্ৰমণ কৰা সম্ৰাট ভাৱেলক গ্ৰেপ্তাৰ কৰা কিছু সময় পাচতে আৰক্ষীয়ে নাটকীয়ভাৱে এৰি দিয়ে সম্ৰাট ভাৱেলক ৷ তাৰ পাচতে বঙাইগাঁও চহৰত হাজাৰ হাজাৰ বঙালী লোকে সমদল উলিয়াই সম্ৰাট ভাৱেলক আদৰণি জনাই ৷

জিলাখনত প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰাৰ পাচতো কিদৰে এজন অপৰাধীক মালা পিন্ধাই সমদল বাহিৰ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে স্থানীয় সচেতন নাগৰিকে ৷

বঙাইগাঁৱত সম্ৰাট ভাৱেলক আদৰণি

আনহাতে, বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়তো কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত বিভিন্ন দল-সংগঠনৰ ৷ আছু, কৃষক মুক্তি, অসম যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, শিল্পী সমাজকে ধৰি সংগঠনসমূহে উপায়ুক্তৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।

বঙাইগাঁৱত কেব বিৰোধী প্ৰতিবাদ

বাক্সা, 11 ডিচেম্বৰঃ : বাক্সাৰ তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ ৷ তামুলপুৰ আঞ্চলিক আছুৰ কাৰ্যালয়ৰ পৰা ১২৭ নং ডি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ হৈ হৰিমন্দিৰ প্ৰাঙ্গনৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত প্ৰতিকৃতি দাহ কৰে ৷

বাক্সাত কেব বিৰোধী প্ৰতিবাদ

যোৰহাট, 11 ডিচেম্বৰঃ যোৰহাটৰ ৰাজপথত হাজাৰ হাজাৰ নাগৰিক । কেবৰ বিৰুদ্ধে পৰম্পৰাগত পোচাকত কবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷

যোৰহাটত পৰম্পৰাগত সাজ পিন্ধি প্ৰতিবাদ

ৰহা, 11 ডিচম্বৰঃ প্ৰতিবাদত উত্তাল ৰহা ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ , বিধায়কৰ বাসগৃহ ঘেৰা কৰি প্ৰতবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে আছু, এজেৱাইচিপি, তিৱা সংগঠন, মহিলা সংগঠন, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকে ৷

ৰহাত কেব বিৰোধী প্ৰতিবাদ

Intro:বঙাইগাঁওত আছু কৰ্মিক আক্ৰমন কৰা সম্ৰাট ভাৱেলক গ্ৰেপ্তাৰৰ নাটক কৰি আৰক্ষীয়ে এৰি দিয়াৰ পিচতে বঙাইগাঁও চহৰত হেজাৰ হেজাৰ বঙালী লোকে সম্ৰাট ভাৱেলক থানাৰ পৰা ওলিয়াই লৈ সমদল কৰি বঙাইগাঁও চহৰৰ মাজমজিয়াত বঙালীৰ শক্তিপ্ৰদৰ্শন কৰাৰ দৰে কৰে । জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰাৰ পিচতো কিদৰে এজন অপৰাধীক মালা পিন্ধাই সমদল কৰিব পাৰিলে বুলি সমালোচনা হোৱা পৰিলক্ষিত হৈছে তাৰ মাজতে বঙালী ছাত্ৰ নেতাজনে কিয় গ্ৰেপ্তাৰ হবলগীয়া হল আৰু নিজৰ মন্তব্য এইদৰে প্ৰকাশ কৰে ।

বাইট : সম্ৰাট ভাৱেল, সম্পাদক বঙালী যুৱ ছাত্ৰ ফেডেৰেচন ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁওত আছু কৰ্মিক আক্ৰমন কৰা সম্ৰাট ভাৱেলক গ্ৰেপ্তাৰৰ নাটক কৰি আৰক্ষীয়ে এৰি দিয়াৰ পিচতে বঙাইগাঁও চহৰত হেজাৰ হেজাৰ বঙালী লোকে সম্ৰাট ভাৱেলক থানাৰ পৰা ওলিয়াই লৈ সমদল কৰি বঙাইগাঁও চহৰৰ মাজমজিয়াত বঙালীৰ শক্তিপ্ৰদৰ্শন কৰাৰ দৰে কৰে ।

Conclusion:বঙাইগাঁওত আছু কৰ্মিক আক্ৰমন কৰা সম্ৰাট ভাৱেলক গ্ৰেপ্তাৰৰ নাটক কৰি আৰক্ষীয়ে এৰি দিয়াৰ পিচতে বঙাইগাঁও চহৰত হেজাৰ হেজাৰ বঙালী লোকে সম্ৰাট ভাৱেলক থানাৰ পৰা ওলিয়াই লৈ সমদল কৰি বঙাইগাঁও চহৰৰ মাজমজিয়াত বঙালীৰ শক্তিপ্ৰদৰ্শন কৰাৰ দৰে কৰে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.