ETV Bharat / state

চিৰাঙত সংখ্যালঘু লোকৰ সংবাদমেল

author img

By

Published : Mar 29, 2021, 2:49 PM IST

চিৰাং জিলাৰ কাজলগাঁৱত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ(আৰ এম চি) আৰু এবিএমছু(মহিদুল গোট)ৰ বিৰুদ্ধে সংবাদমেল ৷ আৰ এম চি আৰু এবিএমছু(মহিদুল গোট)ক বিজেপিৰ এজেণ্ট আখ্যা ৷

চিৰাঙত সংখ্যালঘু যুৱকৰ সংবাদমেল
চিৰাঙত সংখ্যালঘু যুৱকৰ সংবাদমেল

চিৰাং, 29 মাৰ্চ: চিৰাং জিলাৰ কাজলগাঁৱত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ(আৰ এম চি) আৰু এবিএমছু(মহিদুল গোট)ৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰে কেইগৰাকী সংখ্যালঘু যুৱকে ৷ নিৰ্বাচন আহিলেই আৰ এম চি ওলায় আৰু নিৰ্বাচনৰ পাছত বিলুপ্ত হয় এই সংখ্যালঘু সংগঠন দুটা । আৰ এম চি সংগঠনক বিজেপিৰ এজেন্ট বুলি উল্লেখ কৰি য’ত বিজেপি আছে তাতেই আৰ এম চি আছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে যুৱক কেইজনে ।

চিৰাঙত সংখ্যালঘু যুৱকৰ সংবাদমেল

টকাৰ পিচে পিচে ঘুৰি ফুৰা সংগঠন হ’ল আৰএমচি । যি সময়ত সমগ্ৰ দেশে বিজেপিৰ বিৰুদ্ধে মাত মাতিছে সেই সময়ত বিজেপি দলৰ সপক্ষে ভোটদানৰ আহ্বান জনোৱা আৰএমচি আৰু এবিএমছু(মহিদুল গোট)ৰ কেইজনমান নেতাই সংখ্যালঘু মুছলমানক লৈ ৰাজনীতি কৰি টকা উপাৰ্জন কৰাৰ অভিযোগ তোলে সংবাদমেলত । আফছাৰ আলী, ইয়াছিন আলী, কমল ছেত্ৰী আৰু মফিদুল ইছলাম নামৰ লোক কেইজনে আয়োজন কৰে সংবাদমেল ৷

লগতে পঢ়কঃবিজেপিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.