ETV Bharat / state

বঙাইগাঁৱত বহু ভাষিক কবি সন্মিলন - বঙাইগাঁও

সন্মিলনত 51 জনীয়া বহুভাষিক কবি সন্মিলন সমিতি গঠন

বঙাইগাঁৱত বহু ভাষিক কবি সন্মিলন
author img

By

Published : Mar 17, 2019, 9:13 PM IST

বঙাইগাঁও,17 মাৰ্চ: গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত বহু ভাষিক কবি সন্মিলন । অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষা-ভাষীৰ কবিসকল আহি উপস্থিত হোৱাৰ পাচতে গঠন হয় বহু ভাষিক কবি সন্মিলনৰ ৰাজ্যিক সমিতি ।

বঙাইগাঁৱত বহু ভাষিক কবি সন্মিলন

সন্মিলনত তিনিচুকীয়াৰ অজিত দত্তক সভাপতি,বঙাইগাঁৱৰ কাজি শ্বামিম আৰু মৰমি বৰঠাকুৰ, বৰপেটাৰ নানজু দত্তক কাৰ্যকৰী সভাপতি আৰু বঙাইগাঁৱৰ শৈলেন প্ৰসাদ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া বহুভাষিক কবি সন্মিলন সমিতি গঠন হয় ।
এই সন্মিলনত বিভিন্ন ভাষাত কবি সকলে কবিতা পাঠ কৰি মুখৰিত কৰি তোলে গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাব ।

Intro:আজি গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত আত্মপ্ৰকাশ বহু ভাষিক কবি সন্মিলন নামৰ এক কবি সংস্থাৰ । অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষা ভাসী কবি সকলে আহি ৰাতিপুৱাৰ ভাগতে উপস্থিত হয় গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত । তাৰ পিচতে গঠিত হয় বহুভাষিক কবি সন্মিলনৰ ৰাজ‍্যিক সমিতি । তিনিচুকীয়াৰ অজিত দত্তক সমাপতি,বঙাইগাঁওৰ কাজি শ্বামিম আৰু মৰমি বৰঠাকুৰ বৰপেটাৰ নানজু দত্ত (তিনিজনক) কাৰ্যকৰি সভাপতি,আৰু বঙাইগাঁওৰ শৈলেন প্ৰসাদ শৰ্মা ক সাধাৰণ সম্পাদক হিচাবে লৈ ৫১ জনীয়া বহুভাষিক কবি সন্মিলন সমিতি গঠন হয় ।
কমিটি গঠনৰ পিচতে ৰং আৰু হোলী গীত-নৃত‍্যৰে বহুভাষিক কবি সন্মিলনৰ আৰম্ভনি কৰে । বিভিন্ন ভাষাত কবি সকলে কবিতা পাঠ কৰি মুখৰিত কৰি তোলে গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাব ।

বাইট : তিনিজন কবিৰ বাইট দিলো ‌।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : তিনিজন কবিৰ বাইট দিলো ‌।

Conclusion:কমিটি গঠনৰ পিচতে ৰং আৰু হোলী গীত-নৃত‍্যৰে বহুভাষিক কবি সন্মিলনৰ আৰম্ভনি কৰে । বিভিন্ন ভাষাত কবি সকলে কবিতা পাঠ কৰি মুখৰিত কৰি তোলে গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.