ETV Bharat / state

খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল - মূৰে কপালে হাত দিছে কৃষকে

লক ডাউনৰ বাবে উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰাত এতিয়া উপায়ন্তৰ হৈ পৰিছে বিভিন্নজনৰ পৰা ঋণ লৈ খেতি কৰা একাংশ কৃষক ৷

কৃষকৰ উৎপাদিত ফচল
কৃষকৰ উৎপাদিত ফচল
author img

By

Published : Mar 31, 2020, 10:21 AM IST

Updated : Mar 31, 2020, 10:34 AM IST

বাসুগাঁও, 31 মাৰ্চঃ চিৰাং জিলাৰ বাসুগাঁৱৰ নিকটৱৰ্তী বিজয় গাঁও বৰচৰাৰ কৃষকৰ দুৰৱস্থা ৷ বিভিন্নজনৰ পৰা ঋণ লৈ খেতি কৰিছিল এইসকল কৃষকে ৷ কিন্তু বৰ্তমান উপায়ন্তৰ হৈ পৰিছে এই কৃষকসকল ৷ লক ডাউনৰ বাবে উৎপাদিত খেতিৰ পাচলি বিক্ৰী কৰিব নোৱাৰাত এতিয়া খেতিতে নষ্ট হৈছে সেইবোৰ ৷ সেয়ে এতিয়া মূৰে কপালে হাত দিছে এইসকল কৃষকে ৷

খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল

লগতে পঢ়কঃ হাফলঙৰ লংকু গাঁৱত আবদ্ধ 35 গৰাকী শ্ৰমিকক উদ্ধাৰ

Last Updated : Mar 31, 2020, 10:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.