ETV Bharat / state

নাই চিকিৎসক ,বন্ধ ফাৰ্মাচী : হাহাকাৰ ৰোগীৰ - অসমৰ খবৰ

শনিবাৰে পুৱা ১১.৩০ বজালৈ চিকিৎসালয় খনত নাছিল পানী । যাৰ ফলত ৰোগী সকলে পানীৰ অভাৱত যমৰ জাতনা ভূগিব লগীয়া হৈছিল । অৱশ্যে দুপৰীয়াৰ ভাগত পানী পায় যদিও চিকিৎসক নাই, ফাৰ্মাচিষ্ট নাই ।

ETV BHARAT
author img

By

Published : May 25, 2019, 8:45 PM IST

চিৰাং , 25 মে' :চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত চিকিৎসক বিছাৰি হাবাথুৰি ৰোগীৰ ৷ আনহাতে বন্ধ হৈ আছে চিকিৎসালয়খনত থকা চৰকাৰী ফাৰ্মাচিখনো । ইয়াৰোপৰি চৰকাৰী চিকিৎসালয় সমূহত সামান্য অনুদান দি ৰোগী সকলে যি পঞ্জীয়ন কৰিব লাগে সেয়াও বন্ধ থাকে শনিবাৰে । মুঠতে ৰোগীৰ হাহাকাৰ অৱস্থা । শনিবাৰে পুৱা ১১.৩০ বজালৈ চিকিৎসালয়খনত নাছিল পানী । যাৰ ফলত ৰোগী সকলে পানীৰ অভাৱত যমৰ জাতনা ভূগিব লগীয়া হৈছিল । অৱশ্যে দুপৰীয়াৰ ভাগত পানী পায় যদিও উপস্থিত নাছিল চিকিৎসক তথা ফাৰ্মাচিষ্ট ৷

নাই চিকিৎসক ,বন্ধ ফাৰ্মাচী : হাহাকাৰ ৰোগীৰ

এইখিনিতে উল্লেখ কৰিব লাগিব যে , যোৱা ২১ মেত চিকিৎসালয়খন ভ্ৰমণ কৰিছিল অসমৰ স্বাস্থ্যমন্ত্ৰী পীযুশ হাজৰিকা সহ বহু কেইজন বিষয়া নেতা-মন্ত্ৰীয়ে । কিন্তু চিকিৎসালয় খনৰ অৱস্থাৰ উন্নতি হোৱাৰ সলনি অধিক শোচনীয় হোৱাহে পৰিলক্ষিত হল ।

Slug : As_Chg_25th May_809_Chirang Closed hospital kajalgaon_vis & byt_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয় এই খন । আজি ৰাতিপুৱাৰে পৰা চিকিৎসালয়খনত চিকিৎসক বিচাৰি হাবাথুৰি খাইছে ৰোগীয়ে । চিকিৎসালয় আছে ৰোগী আছে নাই মাথো চিকিৎসক, ফাৰ্মাচি । আচৰিত কথা যে চিকিৎসালয় খনত থকা চৰকাৰী ফাৰ্মাচিখনো বন্ধ পৰিলক্ষিত হল। ইয়াৰোপৰি চৰকাৰী চিকিৎসালয় সমুহত সামান্য অনুদান দি ৰোগী সকলে যি পঞ্জিয়ন কৰিব লাগে সেয়াও আজি বন্ধ । মুঠতে ৰোগীৰ হাহাকাৰ অৱস্থা । ৰাতিপুৱা ১১.৩০ বজালৈ চিকিৎসালয় খনত নাছিল পানী । যাৰ ফলত ৰোগী সকলে পানীৰ অভাৱত যমৰ জাতনা ভূগিব লগীয়া হৈছিল । অৱশ্যে দুপৰীয়াৰ ভাগত পানী পায় যদিও চিকিৎসক নাই, ফাৰ্মাচিষ্ট নাই । 
    এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা ২১ মে এইখন চিকিৎসালয় ভ্ৰমন কৰিছিল অসমৰ স্বাস্থ্য মন্ত্ৰী পিয়ুশ হাজৰিকা সহ বহু কেইজন বিষয়া নেতা-মন্ত্ৰীয়া । আৰু আজি চিকিৎসালয় খনৰ অৱস্থাৰ উন্নতি হোৱা বাদ দি অধ:পতনহে হোৱা পৰিলক্ষিত হল । 
 
বাইট : ৰোগী সকলৰ বাইট দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.