চিৰাং, 21 ছেপ্তেম্বৰঃ চিৰাঙৰ পানবাৰীত মানাহ নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ সোমবাৰে বিয়লি 5 বজাত মানাহ নৈৰ দলঙৰ তলত উদ্ধাৰ হয় মৃতদেহটো ৷ ঘটনাস্থলীত পানবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মৃতদেহটো এইপৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক-ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হ'ল পাঠদান