ETV Bharat / state

7 সমষ্টিৰ পৰিৱৰ্তে বিটিচিৰ বাহিৰে ভিতৰে 9 টা সমষ্টিত প্ৰাৰ্থীত্ব দিব ইউপিপিএলে

author img

By

Published : Mar 12, 2021, 6:09 PM IST

ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভা। জিলাখনৰ ছাপাগুৰিস্থিত হোটেল হিমালয়ত অনুষ্ঠিত হৈছে এই সভা । বিধান সভাৰ নিৰ্বাচন উপলক্ষে ইউপিপিএল দলে এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দলটোৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰো বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে ।

Chirang UPPL central exucutive meeting
7 সমষ্টিৰ পৰিৱৰ্তে বিটিচিৰ বাহিৰে ভিতৰে 9 টা সমষ্টিত প্ৰাৰ্থীত্ব দিব ইউপিপিএলে

চিৰাং, 12 মাৰ্চ : চিৰাঙত আজি অনুষ্ঠিত হয় ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সভা। জিলাখনৰ ছাপাগুৰিস্থিত হোটেল হিমালয়ত অনুষ্ঠিত হৈছে এই সভা । বিধান সভাৰ নিৰ্বাচন উপলক্ষে ইউপিপিএল দলে এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ লগতে দলটোৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰো বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে ।

শুকুৰবাৰৰ পৃুৱাৰ পৰা অনুষ্ঠিত হোৱা সভাৰ মাজতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে দলৰ সভাপতি তথা বিটিচিৰ মুখ্য প্ৰমোদ বড়োৱে । তেওঁ কয়, এই সভাত দলীয় ইস্তাহাৰ আৰু বিধান সভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তত কৰা হয়। এইবাৰ নিৰ্বাচনত বিটিচিৰ বাহিৰে ভিতৰে মুঠ 9 টা সমষ্টিত ইউপিপিএলে প্ৰাৰ্থীত্ব দিব বুলি মন্তব্য প্ৰকাশ কৰে বড়োৱে ৷

সমান্তৰালভাৱে সাংসদ নৱ শৰণীয়াই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিব বুলিও কয় বড়োৱে ৷ ইফালে প্ৰমোদ বড়োৱে বদৰুদ্দিন আজমলৰ বিষয় টানি আনি কয়, ভাৰতৰ বা অসমৰ মুছলমান সকলক ভূলপথে পৰিচালিত কৰি ষড়যন্ত্ৰমূলক ৰাজনীতিৰ আশ্ৰয় লৈছে আজমলে ৷ সামাজিকভাৱে সাম্প্ৰদায়িক বিষ সোমোৱাব বিচৰা আজমলৰ বিৰুদ্ধে মুছলমানসকল কঠোৰ হ'ব লাগে বুলি কয় প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.