ETV Bharat / state

চিৰাঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ - সুনিল

চিৰাংত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ২৬২.৫ কেজি গাঞ্জা

চিৰাঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা
author img

By

Published : Apr 15, 2019, 10:04 PM IST

চিৰাং, ১৫ এপ্ৰিল চিৰাঙৰ চিদলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২৬২.৫ কেজি গাঞ্জা । এখন এন.এল ০২কিউ--৮৮৭১ নম্বৰৰ ট্ৰেইলাৰত জব্দ কৰা হয় গাঞ্জাখিনি । সুনীল নামৰ লোক এজনৰ নিৰ্দেশতে কৰিমগঞ্জৰ পৰা কলিকতালৈ গাঞ্জাখিনি লৈ যাবলৈ ওলোৱা হৈছিল বুলি জানিবলৈ দিয়ে গাড়ীচালক ৰমেশ কুমাৰে ।

চিৰাঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

ঘটনা সন্দৰ্ভত জিলা আৰক্ষী সুধাকৰ সিঙে জনায় যে ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্মৰ নেতৃত্বত চিদলী থানাৰ আৰক্ষীৰ সহায়ত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাড়ীচালক ৰমেশ কুমাৰক আটক কৰি ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে ।

Intro:চিৰাঙৰ চিদলীত ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীৰ অভিযান । গোপন সুত্ৰে পোৱা তথ‍্যৰ ভিত্তিত চলোৱা এই অভিযানত ২৬২.৫ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এন এল ০২কিউ--৮৮৭১ নম্বৰৰ ট্ৰেলাৰ গাড়ীৰ পৰা উদ্ধাৰ হয় গাঞ্জা খিনি । গাড়ীৰ চালক ৰমেশ কুমাৰ ( ৩১) জনোৱা মতে তেওঁ কৰিমগঞ্জৰ পৰা গাড়ীখন আনিছিল আৰু কলিকতালৈ গৈ আছিল। সুনিল নামৰ লোক এজনে চালক জনক পঠিয়াইছিল বুলি জনায় ।

জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্মৰ নেতৃত্বত চলা এই অভিযানত চিদলী থানাৰ আৰক্ষীয়ে লগত থাকি গাঞ্জা খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

বাইট : সুধাকৰ সিং, আৰক্ষী অধিক্ষক চিৰাং জিলা।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : সুধাকৰ সিং, আৰক্ষী অধিক্ষক চিৰাং জিলা।

Conclusion:জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্মৰ নেতৃত্বত চলা এই অভিযানত চিদলী থানাৰ আৰক্ষীয়ে লগত থাকি গাঞ্জা খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.