ETV Bharat / state

পাঠ্যপুথি অবিহনে চিৰাঙৰ আশ্ৰয় শিবিৰত পঠদান - etv bharat

পাঠ্যপুথি নোহোৱাকৈ শিবিৰতে পঢ়িবলগীয়া হৈছে চিৰাং জিলাৰ সুবাইঝাৰ বন্যাৰ্তৰ শিবিৰৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ ৪৮ জন ছাত্ৰ-ছাত্ৰীক শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষক অজিত কুমাৰ শৰ্মা আৰু ম্ৰিনাল ৰায়ে ৷

বন্যাৰ্ত শিশুৰ শিক্ষাৰ তথৈবচ অৱস্থা
author img

By

Published : Aug 3, 2019, 1:39 PM IST

চিৰাঙ, 3 আগষ্টঃ চিৰাঙত বানপানীৰ পিচত বন্যাৰ্ত শিশুৰ শিক্ষাৰ অৱস্থা তথৈবচ । পাঠ্যপুথি নোহোৱাকৈ শিবিৰতে পঢ়িবলগীয়া হৈছে চিৰাং জিলাৰ সুবাইঝাৰ বন্যাৰ্তৰ শিবিৰৰ ছাত্ৰ-ছাত্ৰী| বানে উটুৱাই নিছে ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি ৷ ৮৪০ নং ডাবাবিল প্ৰাথমিক বিদ্যালয়ৰ ৪৮ জন ছাত্ৰ-ছাত্ৰীক শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষক অজিত কুমাৰ শৰ্মা আৰু ম্ৰিনাল ৰায়ে৷ কিন্তু পাঠ্যপুঠি নথকাৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী সকল৷

Intro:চিৰাঙত বানপানীৰ পিচত বন্যাৰ্ত শিশুৰ শিক্ষাৰ অৱস্থা তথৈবচ । পাঠ্যপুথি নোহোৱাকৈ শিবিৰতে পঢ়িবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ ।

Body:এয়া চিৰাং জিলাৰ সুবাইঝাৰ বন্যাৰ্তৰ শিবিৰ ।জিলাখনৰ আই নদীৰ বান আৰু গৰাখহনিয়াত সৰ্ব্বশ্ৰান্ত এই সকল লোক । ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথি বানপানীত উটি ভাহি গৈছে । ৮৪০ নং ডাবাবিল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰিছে শিক্ষক সকলে । কিন্থ পাঠ্যপুথি নথকাৰ বাবে হৈছে অসুবিধা । বিদ্যালয় খনৰ ৪৮ জন ছাত্ৰ-ছাত্ৰীক দুজন শিক্ষক ক্ৰমে অজিত কুমাৰ শৰ্মা আৰু ম্ৰিনাল ৰায়ে এই দৰেই শিবিৰত পাঠদান কৰি থকা পৰিলক্ষিত হল ।

বাইট : শিক্ষক,ছাত্ৰী ।

Conclusion:কিমান দিন এই দৰেই মাটীত তিৰপাল পাৰি বহি শিবিৰতে শিক্ষা গ্ৰহন কৰিব লাগিব এই সকল বন্যাৰ্তই ? পাঠ্যপুথি নাই, নাই থকা,খোৱা বা পঢ়া-শুনাৰ কোনো পৰিৱেশ । চৰকাৰ প্ৰশাসনে কেতিয়াকৈ এই সকল লোকৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব সেয়াও এতিয়া পৰিষ্কাৰ নহয় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.