ETV Bharat / state

মন্ত্ৰীৰ সহযোগত ৰাইজে নিৰ্মাণ কৰিলে মথাউৰি

চিৰাঙৰ আই নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ সৈতে নামিল মন্ত্ৰী চন্দন ব্ৰহ্ম । আই নদীৰ গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰি মথাউৰী খহাই নিয়াত কেবাখনো গাঁও ক্ষতিগ্ৰস্থ হৈছে ।

author img

By

Published : Jul 5, 2020, 4:30 PM IST

chirang-public-river-erosion-protection
ৰাইজে নিৰ্মাণ কৰিলে মাথাউৰি

চিৰাঙ,5জুলাইঃ চিৰাঙ জিলাত আই নদীয়ে ছোটো আমগুৰিত মাথাউৰী খহাই নিয়াত বিস্তৰ ক্ষতিগ্ৰস্থ হৈছে অঞ্চলটো ৷ অঞ্চলটোৰ আঠখন গাঁৱত পানী সোমাই ব্যাপক ক্ষতিসাধন কৰাৰ লগতে এতিয়া গৰাখহনীয়াৰ কৱলত পৰি ছোটো আমগুৰি গাঁওখন প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত ৷

chirang-public-river-erosion-protection
ৰাইজে নিৰ্মাণ কৰিলে মাথাউৰি

চৰকাৰ তথা জলসম্পদ বিভাগৰ পৰা খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহিল বান্ধটো নিৰ্মাণৰ কৰিবলৈ ৷ ইপিনে ৰাইজে হাতে কামে লাগি বান্ধাটো নিৰ্মাণ কৰিবলৈ ওলাই অহা দেখি অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাইজৰ লগত সহযোগ কৰা দেখা যায় ৷

ৰাইজে নিৰ্মাণ কৰিলে মাথাউৰি

লগতে মন্ত্ৰীজনে আই নদীৰ বান পানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে জিঅ বেগ বা আন পদ্ধতিৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্ৱাস প্ৰদান কৰে ৷

chirang-public-river-erosion-protection
ৰাইজে নিৰ্মাণ কৰিলে মাথাউৰি

লগতে পঢ়কঃ পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.