ETV Bharat / state

চিৰাঙত লক ডাউন সফল কৰিবলৈ সষ্টম আৰক্ষী প্ৰশাসন - চিৰাং জিলা আৰক্ষী প্ৰশাসন

চিৰাঙত লক ডাউন সফল কৰি ভয়াৱহ কৰ'ণাৰ পৰা জনসাধাৰনক ৰক্ষা কৰিবলৈ সষ্টম আৰক্ষী প্ৰশাসন । জিলাখনত আৰক্ষীয়ে চলাইছে অহৰহ টহল ।

Chirang Lockdown
Chirang Lockdown
author img

By

Published : Mar 25, 2020, 8:05 PM IST

Updated : Mar 25, 2020, 8:26 PM IST

চিৰাং, 25 মাৰ্চঃ চিৰাং জিলা আৰক্ষী প্ৰশাসন সষ্টম লক ডাউন সফল কৰাৰ বাবে । চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিয়ে জনায় যে, সকলো লোকেই সামাজিক দুৰত্ব বজাই চলিব লাগিব এই লক ডাউনৰ সময় চোৱাত । বহু লোকে আজি প্ৰথম দিন ওলাই আহিছিল ৷ ঠায়ে ঠায়ে সেই সকলক বুজাই পঠোৱা হৈছে। অত‍্যাৱশ‍্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে বজাৰত আহিলে খোজকাঢ়ি আহিব লাগিব, তথাপি সামাজিক দুৰত্ব বজাই ৰাখি বজাৰ কৰিব পাৰিব । যিসকলে আইন উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা গ্ৰহণ কৰাৰ কথাও জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক জনে ।

চিৰাত লক ডাউন সফল কৰিবলৈ সষ্টম আৰক্ষী প্ৰশাসন
চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত বিয়লিৰ ভাগত দুই এজনকৈ লোক ওলাই আহিছিল যদিও আৰক্ষীয়ে প্ৰয়োজনত ওলোৱা লোকক ৰেহাই দি অপ্ৰয়োজনীয়ভাৱে ওলাই অহা লোকক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ বাধ‍্য হয় । যিহেতু কোনো বিশেষ কাম নোহোৱাকৈ ঘৰৰ পৰা মানুহ ওলোৱাৰ অনুমতি প্ৰদান কৰা নাই সেয়ে অপ্ৰয়োজনীয়ভাৱে ওলাই অহা লোকৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা গ্ৰহন কৰিব আৰক্ষীয়ে ।

লগতে পঢ়কঃ মৰাণৰ ধেমেচিত কৰ'ণাৰ বিৰুদ্ধে সজাগতা

Last Updated : Mar 25, 2020, 8:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.