ETV Bharat / state

চিৰাঙত বন বিভাগৰ অভিযান - undefined

বনবিভাগে চলোৱা এই অভিযানত চোৰাং কাঠসহ বিজনীৰ মাজৰাবাৰীৰ পৰা দুটা অবৈধ চোৰাং কাঠ ফলা মিল জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

চিৰাঙত বন বিভাগৰ অভিযান
author img

By

Published : Jun 17, 2019, 5:54 PM IST

চিৰাং, 17 জুনঃ চিৰাঙত বন বিভাগে চলোৱা এক অভিযানত সোমবাৰে চোৰাং কাঠসহ বিজনীৰ মাজৰাবাৰীৰ পৰা দুটা অবৈধ তথা চোৰাং কাঠ ফলা কল জব্দ কৰিবলৈ সক্ষম হয় ৷ চিৰাং সংমণ্ডলৰ তিনিটাকৈ বনাঞ্চলৰ বিষয়া-কৰ্মচাৰীয়ে যৌথভাৱে চলোৱা এই অভিযানত মাজৰাবাৰীৰ পৰা দুটাকৈ চোৰাং কাঠ ফলা নিল জব্দ কৰে । পিচত জব্দ কৰা কাঠ ফলা মিল দুটা জিলা সদৰ কাজলগাঁওস্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় । অবৈধ কাঠফলা মিল দুটাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠো জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটোৱে ৷

Intro:চিৰাঙত বন বিভাগৰ অভিযানত চোৰাং কাঠ সহ বিজনীৰ মাজৰাবাৰীৰ পৰা দুটা অবৈধ তথা চোৰাং কাঠ ফলা কল জব্দ । Body:চিৰাঙৰ বিজনীৰ মাজৰাবাৰী গাঁওত বন বিভাগৰ অভিযান । চিৰাং সংমণ্ডলৰ তিনিটাকৈ বনাঞ্চলৰ বিষয়া-কৰ্মচাৰীয়ে যৌথভাৱে অভিযান চলাই আজি মাজৰাবাৰীৰ পৰা দুটাকৈ চোৰাং কাঠ ফলা অবৈধ কল জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা কাঠ ফলা কল দুটা জিলা সদৰ কাজলগাঁও স্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়লৈ আনে । কাঠফলা অবৈধ কল দুটাৰ লগতে বৃহৎ পৰিমানৰ চোৰাং কাঠো জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগৰ লোকে ।

বাইট : নয়ন বসুমতাৰী, ফৰেষ্টাৰ চিৰাং সংমণ্ডল বন বিভাগ ।Conclusion:যোৱা এসপ্তাহৰ পৰা ধাৰাবাহিক ভাৱে বন বিভাগে চোৰাং কাঠৰ বেপাৰী তথা ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে অভিযান চলাই আছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.