চিৰাং,২৪ জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ । কেইবাখনকৈ জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই বহু কেইখন জিলা । যোৱা দেওবাৰৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বানৰ কৱলত পৰিছে চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত খামাৰপাৰা,এলেংমাৰী,বাঘৰগাওঁ,খামাৰপাৰা মুছলিম বস্তিকে ধৰি বহু কেইখন গাওঁ । কেমেৰাৰ সন্মুখতে খামাৰপাৰাত থকা বাঁহৰ একমাত্ৰ দলং খন উটুৱাই লৈ যায় খৰশ্ৰোতা বাঢ়নী পানীয়ে ।
চিৰাঙত বানৰ সংহাৰী ৰূপ - সংহাৰী ৰূপ
মুহুৰ্ততে উটুৱাই নিলে বাহৰ দলং
চিৰাঙত বানৰ সংহাৰী ৰূপ
চিৰাং,২৪ জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ । কেইবাখনকৈ জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই বহু কেইখন জিলা । যোৱা দেওবাৰৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বানৰ কৱলত পৰিছে চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত খামাৰপাৰা,এলেংমাৰী,বাঘৰগাওঁ,খামাৰপাৰা মুছলিম বস্তিকে ধৰি বহু কেইখন গাওঁ । কেমেৰাৰ সন্মুখতে খামাৰপাৰাত থকা বাঁহৰ একমাত্ৰ দলং খন উটুৱাই লৈ যায় খৰশ্ৰোতা বাঢ়নী পানীয়ে ।
Intro:Body:
Conclusion:
DO
Conclusion: