চিৰাং,22 নৱেম্বৰঃ চিৰাঙৰ বৈখুন গাঁওৰ কুজীয়া নৈত বছৰেকীয়া মাছ ধৰা উৎসৱ । কুজীয়া নৈত জলসিঞ্চন বিভাগৰ শ্লুইচ গেট খুলি দিয়াৰ লগে লগেই প্ৰতিবছৰৰ দৰে এইবেলিও জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকেই ওলাই আহিছে মাছ ধৰিবলৈ ৷ মাছ ধৰা লোকৰ সমান্তৰালকৈয়ে পাৰত ৰৈয়ো সাধাৰণ ৰাইজে উপভোগ কৰিছে এই উৎসৱ ৷ এনেদৰেই বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে ৰক্ষা কৰি আহিছে নিজ পৰম্পৰা ৷
লগতে পঢ়ক-তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা