ETV Bharat / state

বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী - Chirang BTR accord

চিৰাঙৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ য'ত বিটিআৰৰ 23 টা জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সম্ভাৰ দাঙি ধৰা হয় ৷

বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী

author img

By

Published : Jan 25, 2021, 2:19 PM IST

চিৰাং, 25 জানুৱাৰী: বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ আজি দ্বিতীয় দিন ৷ দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা ৷ বিটিআৰৰ 23 টা জনগোষ্ঠীৰ কলা-সংস্কৃতিৰে এই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় ৷ চিৰাঙৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত অনুষ্ঠিত এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে ৷

বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী

সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভণি কৰি ৰঞ্জিত বসুমতাৰীয়ে কয় যে বিটিআৰত থকা ২৩টা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্বৰ অন্যান্য উন্নত জাতি জনগোষ্ঠীতকৈ কম নহয় ৷ বিগত ১৭ বছৰে বিটিচিত বিপিএফে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰি বড়ো-অবড়োৰ মাজত ব্যৱধান আনিছিল ৷ কিন্তু এতিয়া সেই অৱস্থাৰ সৃষ্টি নহয় ৷

আগৰ বছৰ সমূহত বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে ৷ ৩ হেজাৰ কোটি টকাতকৈও অধিক টকাৰ দুৰ্নীতি সংঘটিত হৈছে বুলি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মন্তব্য কৰে ৷ বাকী থকা কাৰ্যবাহী সদস্য সকলৰ পদ সমুহো ২৮ জানুৱাৰীত পুৰণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ লগতে সদস্য গৰাকীয়ে কয় যে,মই দায়িত্ব লাভ কৰা বন বিভাগতে ১৪২ কোটি টকাৰ দুৰ্নীতি হৈছে ৷ য'ত দুৰ্নীতিৰ কোনো কথাই নাই ৷

লগতে পঢ়ক: আৱকাৰী বিভাগৰ পৰিৱৰ্তে চুলাই ভাটিত আৰক্ষী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.