ETV Bharat / state

চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন

author img

By

Published : Feb 7, 2020, 11:33 PM IST

চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন । চিদলী চক্ৰ বিষয়াৰ কাৰ্যালয়ত ক'লা পতাকা উত্তোলন সাব্যস্ত কৰে প্ৰতিবাদ ৷

Chirang Blackday by AAKRSU
চিৰাঙত আক্ৰাছুৰ ক'লা দিৱস উদযাপন

চিৰাং, 7 ফেব্ৰুৱাৰী : শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিজয় উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিক লৈ ক'লা দিৱস পালন আক্ৰাছুৰ ৷ চিদলী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিদলী কাশিকত্ৰা আঞ্চলিক সমিতি আৰু আক্ৰাছুয়ে ক'লা পতাকা উত্তোলন কৰি সাব্যস্ত কৰে প্ৰতিবাদ । গণতন্ত্ৰক হত্যা কৰি বি টি চিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰি শান্তি চুক্তিৰ নামত BTR গঠন কৰা বুলি অভিযোগ উত্থাপন কৰি চিৰাং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই বিজয় উৎসৱক সম্পূৰ্ণৰূপে বিৰোধিতা কৰে ৷ আক্ৰাছুৰ কেন্দ্ৰীয় নেতা হিৰণ্য পাটগিৰিয়ে বড়ো শান্তি চুক্তিখন কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ৷

আৰু পঢ়ক : চিৰাঙত বিশ্ব যক্ষ্মা দিৱস উদযাপন

Intro:চিৰাঙত আক্ৰাছুৰ কলা দিৱস উদযাপন । কোকৰাঝাৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গনতন্ত্ৰক হত্যা কৰি বি টি চিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰি নৰ হত্যাকাৰী এন ডি এফ বিৰে একপক্ষীয় শান্তি চুক্তিৰ নামত বিটিআৰ গঠন কৰি যি বিজয় উৎসৱ পাতিছে, তাক সম্পূৰ্ণৰূপে বিৰোধিতা কৰি চিৰাং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ পুৰ্বে ঘোষিত কাৰ্যসূচী কলা দিৱস চিদলী চক্ৰ বিষয়াৰ কাৰ্যালয়ত চিদলী কাশিকত্ৰা আঞ্চলিক সমিতি আক্ৰাছুৰ সহযোগত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বাইট : হিৰন্য পাটগিৰি, আক্ৰাছুৰ কেন্দ্ৰীয় নেতা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙত আক্ৰাছুৰ কলা দিৱস উদযাপন ।

Conclusion:চিৰাঙত আক্ৰাছুৰ কলা দিৱস উদযাপন ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.