চিৰাং, ২৮ ফ্ৰেব্ৰুৱাৰী : বৃহস্পতিবাৰে চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা গাঁৱৰ পৰা বাইক চুৰিৰলগত জড়িত থকাৰ অভিযোগত এটা বাইক চোৰকগ্ৰেপ্তাৰ কৰে ঢালিগাঁও আৰক্ষীয়ে ।
বাইক চোৰক গ্ৰেপ্তৰ - বাইক চুৰি
ঢালিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক
বাইক চুৰিকাণ্ডৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ
চিৰাং, ২৮ ফ্ৰেব্ৰুৱাৰী : বৃহস্পতিবাৰে চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা গাঁৱৰ পৰা বাইক চুৰিৰলগত জড়িত থকাৰ অভিযোগত এটা বাইক চোৰকগ্ৰেপ্তাৰ কৰে ঢালিগাঁও আৰক্ষীয়ে ।
Intro:চিৰাঙত বাইকচোৰ গ্ৰেপ্তাৰ । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা গাঁওৰ পৰা গ্ৰেপ্তাৰ বাইকচোৰ জনক । চোৰ জনে কেমেৰাৰ আগত নিজেই স্বীকাৰ কৰিলে আক্ষীয়ে কিয় ধৰিছে বুলি প্ৰশ্ন সোধাত । নাম মকবুল হুচেইন । ঘৰ গোৱালপাৰা জিলাৰ চুনাৰীৰ চৰ অঞ্চলত । চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ পৰা এএচ ১৯জি-৭৫২৬ নম্বৰৰ হিৰো ছুপাৰ স্প্লেণ্ডাৰ বাইক চুৰি কৰাৰ কথা স্বীকাৰ চোৰজনৰ । অঘন জিলাৰ পৰা চিৰাঙত শ্ৰমিক হিচাবে কাম কৰিব আহি এইদৰে চোৰ কৰি পুনৰ গুচি যায় ইয়াৰ পৰা ।
গতিকে সাৱধান অইন ঠাইৰ পৰা শ্ৰমিক হিচাবে কাম বিচাৰি আহি কৰিব পাৰে এই ধৰনৰ কাম । আপোনিও সাৱধান হওক,লগতে আনকো সাৱধান কৰক ।
বাইট : বাইক চোৰৰ ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
Body:বাইট : বাইক চোৰৰ ।
Conclusion:গতিকে সাৱধান অইন ঠাইৰ পৰা শ্ৰমিক হিচাবে কাম বিচাৰি আহি কৰিব পাৰে এই ধৰনৰ কাম । আপোনিও সাৱধান হওক,লগতে আনকো সাৱধান কৰক ।