ETV Bharat / state

বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ

অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷

author img

By

Published : Jun 15, 2019, 10:12 AM IST

বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা

চিৰাং, 15জুনঃ শুকুৰবাৰে চিৰাঙৰ বিজনীত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ আঞ্চলিক সমিতিৰ ৷ অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ এই সম্বৰ্দ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ মুঠ 41গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Intro:চিৰাঙৰ বিজনীত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ বিজনী আঞ্চলিক সমিতিয়ে আজি বিজনীৰ ৪১ জন কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে । ছাত্ৰ সংগঠনটোৰ নেতৃত্বৰ লগতে চিৰাং জিলা বিদ্যালয় সমুহৰ পৰিদৰ্ষক জয়পাল ব্ৰহ্মই মুখ্য অতিথি হিচাবে উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে । বিজনীৰ বহুকেই জন সনাজ কৰ্মি সহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰা অনুষ্টানত বিদ্যালয় সমুহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই ছাত্ৰ-ছাত্ৰীক সামাজিক মাধ্যম ফেচবুক, ৱাটচএপপ আদিৰ সৎব্যৱহাৰ কৰি শিক্ষাৰ দিশত নিজকে আগুৱাই লোৱাৰ আহ্বান জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । Body:বাইট লোৱা নাই । Conclusion:কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.