চিৰাং, 15জুনঃ শুকুৰবাৰে চিৰাঙৰ বিজনীত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ আঞ্চলিক সমিতিৰ ৷ অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ এই সম্বৰ্দ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ মুঠ 41গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বিজনীত শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ - বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন
অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷
চিৰাং, 15জুনঃ শুকুৰবাৰে চিৰাঙৰ বিজনীত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ আঞ্চলিক সমিতিৰ ৷ অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলা চিৰাঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্ম ৷ ভাষণত ব্ৰহ্মই ফেচবুক, হোৱাটছ্এপ আদিৰ দৰে নব্য মাধ্যমসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ এই সম্বৰ্দ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতমৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ মুঠ 41গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । Body:বাইট লোৱা নাই । Conclusion:কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা ।।