ETV Bharat / state

চিৰাঙত এতিয়া সুলভ অবৈধ মৰণাস্ত্ৰ

মঙলবাৰে নিশা পাণবাৰীত বাক্সা জিলা আৰক্ষী অধীক্ষকৰ অভিযানত গ্ৰেপ্তাৰ হয় ব্যৱসায়ীকেইজন

author img

By

Published : May 29, 2019, 7:20 PM IST

চিৰাঙত গ্ৰেপ্তাৰ তিনি অবৈধ মৰণাস্ত্ৰ ব্যৱসায়ী

চিৰাং,২৯ মে': মঙলবাৰে নিশা চিৰাঙৰ পাণবাৰীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে অভিযান চলাই উৎখাত কৰে অস্ত্ৰ ব্যৱসায়ীৰ বৃহৎ ঘাটি ৷ এই অভিযানযোগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি মৰণাস্ত্ৰ ব্যৱসায়ীক ৷জানিব পৰা মতে, ধৃত এন্টনী মুছাহাৰী,দেৰহাছত বসুমতাৰী আৰু মিথিংগা বসুমতাৰীয়ে দীৰ্ঘদিন ধৰি বিটিএডিত চলাই আহিছিল অবৈধ মৰণাস্ত্ৰৰ ৰমৰমীয়া বেহা । সম্প্ৰতি তিনিওকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুছলপুৰ থানাত । অৱশ্যে বৰ্তমানও পলাতক অৱস্থাত আছে মূল অভিযুক্ত মাৰ্কাছ গয়াৰী ৷

Slug : As_Chg_29th May_802_Chirang arms dealer arrest_vis_Abdul Maleque Ahmed. 

Send by mail. 

যোৱা নিশা চিৰাংঙৰ পানবাৰীত  বাক্সা জিলা আৰক্ষী অধিক্ষকৰ  অভিযান। অভিযানত অস্ত্ৰ  ব্যৱসায়ীৰ বৃহৎ গেং উৎখাত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি অস্ত্ৰ ব্যৱসায়ীক। ধৃত--এন্টনী মুছাহাৰী,দেৰহাছত বসুমতাৰী আৰু মিথিংগা বসুমতাৰী। বৰ্তমানো পলাতক মুল অভিযুক্ত মাৰ্কাছ গয়াৰী। দীৰ্ঘদিন ধৰি অস্ত্ৰ ব্যৱসায়ীৰ এই গেংটোৱে বিটিএডিত চলাই আহিছিল অবৈধ মাৰনাস্ৰৰ ৰমৰমীয়া বেহা। সম্প্ৰতি তিনিওকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুছলপুৰ থানাত। বাক্সা জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ইয়াতকৈ বিতং বাক্সাৰ অজিত ৰাভাই  দিব পাৰিব। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.