ETV Bharat / state

চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ - বিজনী এবছুৰ সাহায্য প্ৰদা

চিৰাঙত আইনদীৰ বানপানীৰ তাণ্ডৱ। বিগত ২১ দিনে চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত বন‍্যাৰ্তক বিজনী এবছুৰ সাৰ্হায্য প্ৰদান ।

chirang-absu-flood-relief-distribute
চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ
author img

By

Published : Jul 8, 2020, 10:35 PM IST

চিৰাঙ,8জুলাইঃ ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ। কৰ'ণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰিছে । বানপানীত কবকবাই থকা লোকসকলে ওখ ঠাইত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে ।

chirang-absu-flood-relief-distribute
চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ

ইপিনে বিগত ২১ দিনৰ পৰা চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত নদীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত বানাক্ৰান্ত লোক সকলেই আশ্ৰয় শিবিৰ পাতি আছে যদিও পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ অভাৱত ভুগিছে । বুধবাৰে আশ্ৰয় শিবিৰটোত থকা ৪২ টা পৰিয়ালৰ কাষত উপস্থিত হয় বিজনী আঞ্চলিক এবছুৰ এটি সজাতি দল । নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে কিছু পৰিমাণ নগদ টকা আগবঢ়াই বানাক্ৰান্ত পৰিয়ালৰ মাজত ৷

চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ

চিৰাং জিলাৰ বিজনী আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক ৰমেন বসমুতাৰীয়ে, চৰকাৰে শিবিৰত থকা লোক সকলৰ কাৰণে চৰকাৰে যিমান পৰিমাণৰ খাদ্য যোগান ধৰিব লাগিছিল ধৰা নাই বুলি অভিযোগ উত্থাপিত কৰে ৷ লগতে অতি সোনকালে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায় ।

chirang-absu-flood-relief-distribute
চিৰাঙত এবছুৰ বান সাৰ্হায্য বিতৰণ
লগতে পঢ়কঃ ক'ভিড চিকিৎসালয়ৰ সামগ্ৰী পালেগৈ মডেলৰ ঘৰঃ কি কলে মডেল গৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.