ETV Bharat / state

চিৰাঙৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - প্ৰতিবাদ

জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ১০ঘন্টীয়া আমৰণ অনশন

১০ঘন্টীয়া আমৰণ অনশন
author img

By

Published : Feb 12, 2019, 2:51 PM IST

চিৰাং, ১২ ফেব্ৰুৱাৰী:চিৰাং জিলাৰ সদৰ কাজলগাঁও আৰু বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে পুৱা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে (CCTOA) অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি CCTOA'এ ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী ।

১০ঘন্টীয়া আমৰণ অনশন
undefined

মঙলবাৰে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদকাৰী সকলে শান্তি শৃংখলা ৰক্ষা কৰি হাতে হাতে প্লেকাৰ্ড লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিল বাতিলৰ দাবীত অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে অনাগত দিনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যদি কৰা হয় তেনেহলে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৰ নেতাই প্ৰকাশ কৰে।

Intro:চিৰাঙৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তিব্ৰ প্ৰতিবাদ/ জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ ১০ঘন্টীয়া আমৰন অনশন ।                            

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে  জনজাতিয় সংগঠন সমূহ  ৷  জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ আহব্বান মৰ্মে চিৰাং জিলা সদৰ কাজলগাঁও আৰু
বিজনী মহকুমা ধিপতি কাৰ্যালয়ৰ সন্মূখত জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ  প্ৰতিবাদকাৰী সকলে  শান্তি সৃঙ্খলা ৰক্ষা কৰি হাতে হাতে প্লেকাৰ্ড লৈ   ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিল বাতিলৰ দাবিত   জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ ১০ঘন্টীয়া অনশন কাৰ্য্যসুচী ৰূপায়ন কৰা পৰিলক্ষিত হয়  । ছয় জনগোষ্ঠীৰ জনজাতি কৰণত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে ৷  অনাগত দিনত ছয় জনগোষ্ঠিৰ জনজাতিকৰন কৰিলে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ তৰফৰ পৰা তিব্ৰ আন্দোলন গঢ়ি তুলিব বুলি  জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ নেতাই প্ৰকাশ কৰে।

বাইট : দুটা বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : দুটা বাইট দিলো ।

Conclusion:ছয় জনগোষ্ঠীৰ জনজাতি কৰণত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে ৷  অনাগত দিনত ছয় জনগোষ্ঠিৰ জনজাতিকৰন কৰিলে জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ তৰফৰ পৰা তিব্ৰ আন্দোলন গঢ়ি তুলিব বুলি  জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষি সমিতিৰ নেতাই প্ৰকাশ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.