ETV Bharat / state

৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী - ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী

যদিও গাঁৱখনৰ ৭০ শতাংশ লোক সংখ্যালঘু তাৰ পাচতো সকলোয়ে একতাৰে হিন্দু-মুছলমান মিলিজুলিয়ে কৃষি কামত নিয়োজিত হয় কৃষি কৰ্মত ৷ গাঁৱৰ ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী । আই নৈপৰীয়া এই অঞ্চলটোৰ কৃষিজীৱি লোকসকলে নুবুজে কোনো ৰাজনীতি বা আন্দোলনৰ ভাষা ৷

চিৰাং
৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী
author img

By

Published : Dec 30, 2019, 12:00 AM IST

চিৰাং, 29 ডিচেম্বৰঃ বঙাইগাঁৱৰ এখন বিশেষ গাঁও ৷ নাচনগুৰি গাঁৱখন নতুন চিনাকী কৃষিপ্ৰধান অঞ্চল হিচাপে ৷ গাঁওখনৰ প্ৰতিঘৰতে আছে এজনকৈ কৃষক ৷ জিলাখনৰ অধিকাংশ বজাৰত এইখন গাঁৱৰ পৰাই পাচলি যোগান ধৰে কৃষক সকলে ।

চিৰাং
৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী
চিৰাং
৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী

যদিও গাঁৱখনৰ ৭০ শতাংশ লোক সংখ্যালঘু তাৰ পাচতো সকলোৱে একতাৰে মিলিজুলিয়ে কৃষি কামত নিয়োজিত হয় কৃষি কৰ্মত ৷ গাঁৱৰ ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী । আই নৈপৰীয়া এই অঞ্চলটোৰ কৃষিজীৱি লোক সকলে নুবুজে কোনো ৰাজনীতি বা আন্দোলনৰ ভাষা ।

দিনে নিশাই ব্যস্ত থাকে কৃষি কৰ্মত । কোনো ৰসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰাৰে কৃষকসকলে উৎপাদন কৰিছে কেইবা প্ৰকাৰৰ কবি , বেঙেনা, জলকীয়া, সৰিয়হ, আলু, লাউকে আদি কৰি বিভিন্ন শাক-পাচলি ৷ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বাবেই সমগ্ৰ জিলাখনতে চাহিদা বহু বেছি পাঁচলিসমূহৰ ৷

আৰু পঢ়কঃ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা

Intro:বঙাইগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চল নাচনগুৰি ‌। গাঁওখনৰ ঘৰে ঘৰে কৃষক । জিলাখনৰ অধিকাংশ বজাৰত এইখন গাঁৱৰ পৰাই পাচলি যোগান ধৰে কৃষক সকলে । যদিও গাঁওখনৰ ৭০ শতাংশ লোক সংখ‍্যালঘু ইয়াৰ লোকসকলে হিন্দু-মুছলমান মিলিজুলিয়ে কৃষি কামত ব‍্যাস্থ থাকে । গাঁওৰ ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বি । আই নৈ পৰীয়া এই অঞ্চলটোৰ কৃষিজীৱি লোক সকলে নুবুজে কোনো ৰাজনীতি বা আন্দোলনৰ ভাষা । দিনে নিশাই ব‍্যাস্থ কৃষি কৰ্মত । বিভিন্ন ধৰনৰ খেতি ।। কেইবা প্ৰকাৰৰ কবি , বেঙেনা,জলকীয়া, সৰিয়হ,আলু,ব্ৰুকলি, টমেটো, পানী লাউ,মিঠা লাউ ইত‍্যাদি পাচলি খেতিৰে ভৰপুৰ গাঁওখন দেখিলেই মন জুৰ পৰে । ৰসায়নিক সাৰৰ নহয় সম্পুৰ্ণ জৈৱিক সাৰ ব‍্যৱহাৰ কৰি উৎপাদন কৰে পাচলি সমুহ সেয়ে বজাৰত চাহিদা বহু বেছি ।

বাইট দিলো ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চল নাচনগুৰি ‌। গাঁওখনৰ ঘৰে ঘৰে কৃষক ।

Conclusion:বঙাইগাঁও জিলাৰ কৃষিপ্ৰধান অঞ্চল নাচনগুৰি ‌। গাঁওখনৰ ঘৰে ঘৰে কৃষক ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.