ETV Bharat / state

24 এপ্ৰিলৰ পৰা ভংগ হ'ব ৰাজ্যৰ অগপ জিলা সমিতি - cast vote

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়ে ভোটদান নকৰাৰ আহ্বান জনাই বিষয়ববীয়াসকলে । তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়েই পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ পৰা ওলাই আহি পাচত আকৌ কেইজনমান নেতাৰ মইমতালিত বিজেপিৰ সৈতে মিত্ৰতা আমি মানি নলওঁ বুলিও মন্তব্য কৰে অগপ তৃণমূল বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্তই ৷

২৪ এপ্ৰিলৰ পৰা ভংগ হ'ব ৰাজ্যৰ অগপ জিলা সমিতি
author img

By

Published : Apr 21, 2019, 5:38 PM IST

Updated : Apr 21, 2019, 9:52 PM IST

চিৰাং, 21 এপ্ৰিলঃ অগপ-বিজেপি মিত্ৰজোঁটক ভোটদান নকৰাৰ আহ্বান অগপ তৃণমূল কৰ্মীৰ । দেওবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে তৃণমূল পৰ্যায়ৰ বিষয়ববীয়াসকলে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়ে ভোটদান নকৰাৰ আহ্বান জনায় বিষয়ববীয়াসকলে । তাৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিয়েই পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ পৰা ওলাই আহি পাচত আকৌ কেইজনমান নেতাৰ মইমতালিত বিজেপিৰ সৈতে মিত্ৰতা আমি মানি নলওঁ বুলিও মন্তব্য কৰে অগপ তৃণমূল বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্তই ।

২৪ এপ্ৰিলৰ পৰা ভংগ হ'ব ৰাজ্যৰ অগপ জিলা সমিতি

আনহাতে, যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা সকলক পৰাজিত কৰি অসম আৰু অসমীয়াক ৰক্ষা কৰাৰ আহ্বান জনায় সংবাদ মেলত উপস্থিত থকা তৃণমূল পৰ্যায়ৰ বিষয়ববীয়া ডo অশ্বিনী কুমাৰ মহন্ত, বিনোদ দলে, সৰশ্বতী দাস, ৰাজু মহন্ত, জহিৰুল আহমেদ আৰু দিপ্তি দাসৰ ছয় জনীয়া দলেটোৱে । লগতে এই দলটিয়ে সমগ্ৰ অসমৰ অগপ জিলা সমিতি সমূহ ভংগ কৰাৰ চেষ্টা কৰিব বুলিও মন্তব্য কৰে ।

Intro:বঙাইগাঁও ত অগপ তৃনমুল কৰ্মি বিভিন্ন পৰ্য‍্যায়ৰ বিষয় ববীয়া সকলৰ সংবাদ মেল গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱত । সংবাদ মেলত অগপ-বিজেপি মিত্ৰজোটক ভোটদান নকৰাৰ আহ্বান । নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি ভোটদানৰ আহ্বান । নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি অগপ দলে বিজেপিৰ মিত্ৰজোটৰ পৰা ওলাই আহি পঞ্চায়ত নিৰ্ব্বাচন খেলিলে তাৰ পিচত আকৌ কেইজন মান নেতাৰ মৈমতালিত বিজেপিৰ সৈতে মিত্ৰতা আমি অসম গণ পৰিষদৰ সাধাৰণ কৰ্মি বিষয় ববীয়া সকলে মানি নলও বুলি জনায় ড° অশ্বিনি কুমাৰ মহন্ত ই । যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনি বিধেয়ক সমৰ্থন কৰা সকলক পৰাজিত কৰি অসম আৰু অসমীয়াক ৰক্ষা কৰাৰ আহ্বান জনায় । বৰপেটা লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দিপক দাসক ভোট নিদিয়াৰ আহ্বান জনায় । নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰা সকলক ভোটদানৰ আহ্বান জনায় । অগপ তৃনমুল কৰ্মি তথা বিভিন্ন পৰ্য্যায়ৰ বিষয় ববীয়া সকলৰ হৈ ড° অশ্বিনি কুমাৰ মহন্ত,বিনোদ দলে,সৰশ্বতি দাস,ৰাজু মহন্ত,জহিৰুল আহমেদ আৰু দিপ্তি দাসৰ এই ছয় জনীয়া দলে সংবাদ মেলত কয় যে অগপ দলৰ নেতৃত্বৰ প্ৰতি বিশ্বাস নাই বুলিও কয় । গতিকে অহা ২৪ এপ্ৰিলৰ পৰা দলটিয়ে সমগ্ৰ অসমৰ অগপ জিলা সমিতি সমূহ ভংগ কৰাৰ চেষ্টা কৰিব। গোলাঘাট জিলাৰ পৰাই জন্ম হোৱা অগপ দলটিক গোলাঘাট জিলাৰ পৰাই আকৌ নেতৃত্ব সলনিৰ কাম আৰম্ভ কৰিব ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:সংবাদ মেল

Conclusion:সংবাদ মেল
Last Updated : Apr 21, 2019, 9:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.