ETV Bharat / state

পাঠদানৰ সময়তে বিদ্যালয়ৰ পথাৰত বিজেপিৰ সভাক লৈ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 24, 2021, 4:58 PM IST

পাঠদানৰ সময়তে বিদ্যালয়ৰ পথাৰত বিজেপিৰ সভাক লৈ প্ৰতিক্ৰিয়া ৷ চিৰাঙৰ বিজনী বিদ্যাপীঠ আৰু নৰ্থ ইষ্ট মিলিটাৰী স্কুল পথাৰত সংঘটিত এই কাণ্ড ৷

চিৰাঙত বিজেপিৰ সভা
চিৰাঙত বিজেপিৰ সভা

চিৰাং, 24 ফেব্ৰুৱাৰী : চিৰাঙৰ বিজনী বিদ্যাপীঠ আৰু নৰ্থ ইষ্ট মিলিটাৰী স্কুল পথাৰত বিজেপিৰ যোগদান সভা । এফালে বিদ্যালয় দুখনত পাঠদান চলিছে, আনফালে বিদ্যালয়ৰ পথাৰতে উচ্চ স্বৰত বিজেপিৰ সভা চলাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ বিজেপি দল শাসকীয় হোৱাৰ বাবেই বিদ্যালয়ৰ পাঠদানৰ পৰিৱেশ বিনষ্ট কৰিও সভা অনুষ্ঠিত কৰিব পাৰিছে বুলি অভিযোগ উত্থাপন বিভিন্নজনৰ ৷

পাঠদানৰ সময়তে বিদ্যালয়ৰ পথাৰত বিজেপিৰ সভাক লৈ প্ৰতিক্ৰিয়া

বিদ্যালয়ৰ পাঠদানৰ সময়ত কিদৰে বিজেপি দলে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি লাভ কৰিলে সেই লৈ সৃষ্টি হৈছে বিতৰ্কৰ । একাংশই দাবী কৰিছে এয়া বিজেপিৰ চূড়ান্ত একনায়কত্ববাদ । মহাপ্ৰতাপী শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদতে বিদ্যালয়ত পাঠদান চলি থকা সময়ত পথাৰত বিজেপিয়ে সভা অনুষ্ঠিত কৰাৰ অভিযোগ তোলে বিভিন্নজনে ৷

লগতে পঢ়ক : কাছাৰত শিক্ষালাভৰ পৰা বঞ্চিত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.