ETV Bharat / state

বিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

author img

By

Published : Nov 25, 2019, 6:02 PM IST

চিৰাঙৰ বিজনীত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পোন্ধৰ কোটি বত্ৰিশ লাখ চৌৰাল্লিশ হাজাৰ এশ উনচল্লিশ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব এশখন বিচনাযু্ক্ত চিকিৎসালয় ৷ সোমবাৰে উক্ত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

বিজনীত এশ বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী

চিৰাং, 25 নৱেম্বৰঃ চিৰাঙৰ বিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয় ৷ সোমবাৰে উক্ত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ এই উপলক্ষে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ পৰিচালনাত অনুষ্ঠিত এক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিজনীৰ ভেটাগাঁৱত থকা ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়খনৰ চৌহদতে এশখন বিচনাযুক্ত চিকিৎসালয়খন নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে চিকিৎসালয়খন এবছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ আগন্তুক দিনত বিজনীত পেৰা মেডিকেল কলেজ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথাও ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

এশ বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পোন্ধৰ কোটি বত্ৰিশ লাখ চৌৰাল্লিশ হাজাৰ এশ উনচল্লিশ টকা(15, 32,43,139) ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব উক্ত চিকিৎসালয়খন ৷ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ সচিব দীনেশ বড়ো,বিধায়ক কমলসিং নাৰ্জাৰী, পৰিষদীয় সদস্য অতিন হাজং,বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকা,জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সম্পাদক দ্বিগেন্দ্ৰ ৰামছিয়াৰীসহ বিজনী মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবিৰাম ৱাৰীসহ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়-কৰ্মচাৰী,স্বাস্থ্য সেৱা বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ লগতে দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷ আনহাতে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাতো এশ বিচনাৰ চিকিৎসালয় এখনৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দৰ্শাই তাতো কম দিনৰ ভিতৰতে এশ বিচনাযুক্ত চিকিৎসালয় স্থাপনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷

ভাৰতীয় সংবিধান সভাৰ প্ৰথমগৰাকী অন্তৱৰ্তীকালীন অধ্যক্ষৰ কাহিনী

Intro:চিৰাঙৰ বিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰ শিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ ।

Body: চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী ভেটাগাঁৱস্থিত ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয় চৌহদত আজি পুৱাৰ ভাগত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এশখন বিচনাযুক্ত চিকিৎসালয় এখনৰ আধাৰ শিলা স্থাপন কৰে ৷ এই উপলক্ষে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ পৰিচালনাত অনুষ্ঠিত এক সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিজনীৰ ভেটাগাঁৱত থকা ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়খনৰ লগত এই নতুন চিকিৎসালয় স্থাপন কৰা হ'ব ৷ চিকিৎসালয়খন এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ ব্যক্ত কৰে ৷ আগন্তুক দিনত বিজনীত পেৰা মেডিকেল কলেজ স্থাপন কৰাৰ লক্ষ্য আছে বুলিও মত ব্যক্ত কৰে ৷ বিটিচি প্ৰশাসনে প্ৰতিখন জিলাত বিশ্ববিদ্যালয় চৌহদ স্থাপনৰ কথা ঘোষণা কৰে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পোন্ধৰ কোটি বত্ৰিশ লাখ চৌৱাল্লিশ হেজাৰ এশ উনচল্লিশ টকা(15, 32,43,139) ব্যয় সাপেক্ষ নিৰ্মিত হ'বলগীয় চিকিৎসালয় খনৰ আধাৰ শিলা স্থাপন অনুষ্ঠানত বিটিচিৰ সচিৱ দীনেশ বড়ো, বিধায়ক কমলসিং নাৰ্জাৰী, পৰিষদীয় সদস্য অতীন হাজং, বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকা, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সম্পাদক দ্বিগেন্দ্ৰ ৰামছিয়াৰী সহ বিজনী মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰবিৰাম ৱাৰী সহ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়-কৰ্মচাৰী, স্বাস্থ্য সেৱা বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ লগতে দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

বাইট : হাগ্ৰামা মহিলাৰী ।

Conclusion:বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে কয় যে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাতো এশ বিচনাৰ চিকিৎসালয় এখনৰ বৰ প্ৰয়োজন আছে । সেয়ে তাতো কম দিনৰ ভিতৰতে এশ বিচনাৰ চিকিৎসালয় স্থাপনৰ ব্যৱস্থা কৰিব বুলিও জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.