ETV Bharat / state

আদৱানীয়ে যদি পায়, কিয় নাপাই হিন্দু বঙালীয়ে!

পূজাৰ পাচতে অসমৰ বিভিন্ন বঙালী সংগঠনক একত্ৰিত কৰি সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচন শক্তিশালী ৰূপে গঢ়ি তুলিব ।  ফেডেৰেচনৰ পৰা ফালৰি কাটি গৈ গঠন কৰা সকলো সংগঠন একগোট কৰাৰ কথাও জনায় সভাপতি মণ্ডলীয়ে ৷

author img

By

Published : Sep 28, 2019, 2:37 PM IST

আদৱানীয়ে যদি পায়, কিয় নাপাই হিন্দু বঙালীয়ে!

চিৰাং, 28 চেপ্তেম্বৰঃ বিজেপি নেতা এল কে আদৱানীয়ে যদি ভাৰতত নাগৰিকত্ব পাব পাৰে বঙালী হিন্দু সকলে কিয় নাপাব বুলি চৰকাৰলৈ প্ৰশ্ন বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ ৷ শনিবাৰে চিৰাঙৰ বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ তিনিওটা গোটৰ সভাপতি মণ্ডলিৰ যৌথ সংবাদমেলত এই মন্তব্য কৰে সংগঠনটোৱে৷ সংবাদ মেলত কয় যে, পূজাৰ পাচতে অসমৰ বিভিন্ন বঙালী সংগঠন একত্ৰিত কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচন শক্তিশালী ৰূপে গঢ়ি তুলিব । ফেডেৰেচনৰ পৰা ফালৰি কাটি গৈ গঠন কৰা সকলো সংগঠন একগোট কৰাৰ কথাও জনায় সভাপতি মণ্ডলীয়ে । লগতে অসমত সকলো নথী থকাৰ পিচতো বাৰে বাৰে অসমৰ বঙালী সকলক হাৰাশাস্থি কৰা হৈছে বুলি অভিযোগ কৰি কয় যে, ছোনীয়া গান্ধী, তৰুন গগৈৰ পুত্ৰ বধু,এল কে আদৱানীৰ ক্ষেত্ৰত চৰকাৰ কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তাৰোপৰি প্ৰতীক হাজেলাই বঙালী হিন্দুক টাৰ্গেট কৰিয়ে NRC ৰ পৰা বাদ পেলাইছে বুলিও মন্তব্য কৰে । NRC ৰ নামত খৰচ হোৱা 1600 শ কোটি টকাৰ হিচাপ বিচাৰে সংগঠনটোৱে ৷

Intro:চিৰাঙৰ কাজলগাঁওত বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ তিনিওটা গোটৰ সভাপতি মণ্ডলিৰ যৌথ সংবাদমেল । এল কে আদৱানীয়ে যদি ভাৰতত নাগৰিকত্ব পাব পাৰে বঙালী হিন্দু সকলে কিয় নাপাব বুলি প্ৰশ্ন চৰকাৰলৈ ।

Body:চিৰাং জিলাৰ সদৰ কাজলগাঁওত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ সংবাদমেল । ফেডেৰেচনৰ তিনিওটা গোট একত্ৰিত হৈ সভাপতিমণ্ডলিৰ সংবাদমেল । সংবাদ মেলত জনায় যে পুজাৰ পিচে পিচে অসমৰ বিভিন্ন বঙালী সংগঠন একত্ৰিত কৰি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচন শক্তিশালী ৰূপে গঢ়ি তুলিব । ফেডেৰেচনৰ পৰা ফালৰি কাটী গৈ গঠন কৰা সকলো সংগঠন একগোট কৰাৰ কথাও জনায় সভাপতি মণ্ডলীয়ে । সংবাদ মেলত কয় যে অসমত সকলো নথী থকাৰ পিচতো বাৰে বাৰে অসমৰ বঙালী সকলক হাৰাশাস্থি কৰা হৈছে বুলি অভিযোগ কৰি কয় যে ছোনীয়া গান্ধী বা তৰুন গগৈৰ পুত্ৰ বধু,এল কে আদৱানী তেওঁলোকৰ ক্ষেত্ৰত কুয় নিমাত চৰকাৰ ? ইফালে পশ্চিমবঙ্গৰ পৰা অসমত বিয়া হৈ অহা বোৱাৰীক নাগৰিকত্বৰ নামত হাৰাশাস্থি কৰা পৰিলক্ষিত হয় । কিয় বাৰে বাৰে এনে হয় ? মাথো হিন্দু বঙালী সকলক টাৰ্গেট কৰা হয় ।

বাইট : মহানন্দ সৰকাৰ ।

এন আৰ চিক লৈ সমন্বয়ক প্ৰতিক হাজেলাই বঙালি হিন্দুক টাৰ্গেট কৰি লৈ এনআৰচিৰ পৰা বাদ পেলাইছে । সকলো নথি থকাৰ পিচতো কিয় তেনেদৰে বাদ দিয়া হল বুলি প্ৰশ্ন কৰি কয় যে এনআৰ চিৰ বাবদ খৰচ হোৱা ১৬০০ শ কোটী টকাৰ হিচাব দিয়ক বুলি কয় । সকলো নথি থাকিয়ো কিয় বাৰে বাৰে বঙালি হিন্দু সকলক হাৰাশাস্থি কৰা হয় বুলি কোৱাৰ লগতে কয় এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উচ্চপৰ্য্যায়ৰ তদন্তৰ ব্যৱস্থা কৰক । আমি বিদেশী ন্যায়াধিকৰনত যাব নোৱাৰিম বুলিও কয় । আমাক কেব নালাগে আমাক নাগৰিকত্ব লাগে । সকলো নথি থকাৰ পিচতো কেবৰ জড়িয়তে আমাক শৰনাৰ্থীৰ মৰ্য্যাদা নালাগে বুলি কয় । বিজেপিয়ে হিন্দু প্ৰিতি দেখুৱাই ৰাজনীতিহে কৰি আছে হিন্দু সকলক লৈ । হিন্দু সকলৰ বাবে কোনো কাম নকৰাৰ অভিযোগ কৰে বঙালি যুৱ ছাত্ৰ ফেডেৰেচনৰ নেতৃত্বই ।

বাইট : কমল চৌধুৰি ।

Conclusion:আজিৰ এই যৌথ সংবাদ মেলত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডেৰেচনৰ অসমৰ তিনিওটা গোট ক্ৰমে মহানন্দ সৰকাৰ গোট,কমল চৌধুৰী গোট আৰু উৎপল সৰকাৰ গোটৰ সভাপতি সহ সদস্য আৰু অন্যান্য নেতা সকল উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.