ETV Bharat / state

চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

author img

By

Published : Nov 9, 2019, 12:01 AM IST

অপহৃত যুৱ ব্যৱসায়ী আৰু বঙালী হিন্দুক ডিটেনচন শিবিৰৰ পৰা মুক্তিৰ দাবীত চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগ কেন্দ্ৰৰ সন্মুখত আজি সদৌ বিটিচি বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কেতবোৰ দাবীক লৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷

চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

চিৰাং, 8 নৱেম্বৰঃ অপহৃত যুৱ ব্যৱসায়ী আৰু বঙালী হিন্দুক ডিটেনচন শিবিৰৰ পৰা মুক্তিৰ দাবীত চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগ কেন্দ্ৰৰ সন্মুখত আজি সদৌ বিটিচি বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কেতবোৰ দাবীক লৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত চক্ৰান্তমুলকভাৱে হিন্দু বঙালীৰ নাম হেয় কৰাৰ প্ৰতিবাদৰ লগতে ডিটেনচন শিবিৰত মৃত্যুবৰণ কৰা প্ৰতিজন লোকৰ ন্যায় আৰু ক্ষতিপূৰণ আৰু প্ৰতিজন বৈধ ভাৰতীয় নাগৰিকক ডিটেনচন শিবিৰৰ পৰা বিনাচৰ্তে মুক্তি দিয়াৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

আনহাতে বিটিচিৰ ছেৰফাংগুৰিৰ অপহৃত যুৱ ব্যৱসায়ী প্ৰদীপ শীলৰ মুক্তিৰ দাবীতো এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শতাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

আৰু পঢ়কঃ এটা পথ, ২৮ খন বাঁহৰ দলংঃ বিশ্ব অভিলেখৰ দিশে গড়কাপ্তানী বিভাগ

Intro:অপহৃত যুৱ ব্যৱসায়ী, বঙালী হিন্দুক ডিটেনচন শিবিৰৰ পৰা মুক্তিৰ দাবীত চিৰাঙত বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধৰ্ণা পালন।

Body:চিৰাং জিলাৰ সদৰ কাজলগাঁও যোগ কেন্দ্ৰৰ সন্মুখত আজি সদৌ বিটিচি বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি কে'বাটাও দাবীৰ সমৰ্থনত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত চক্ৰান্তমূলকভাৱে হিন্দু বঙালীৰ নাম হেয় কৰাৰ প্ৰতিবাদ, ডিটেনচন নিবিৰত মৃত্যুবৰণ কৰা প্ৰতিজন লোকৰ ন্যায় আৰু ক্ষতিপূৰণ, প্ৰতিজন বৈধ ভাৰতীয় নাগৰিকক ডিটেনচন শিবিৰৰ পৰা বিনাচৰ্তে মুক্তি দিয়া, অমানবীয় ডিটেনচন শিবিৰ বন্ধ কৰা, বিটিচিৰ ছেৰফাংগুৰিৰ অপহৃত যুৱ ব্যৱসায়ী প্ৰদীপ শীলৰ মুক্তিৰ দাবী, বঙালী হিন্দুক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰাৰ ষড়যন্ত্ৰ ৰোধ কৰা, তিনিচুকীয়াৰ ধলা হত্যাকাণ্ডৰ পঞ্চ ছহিদৰ হত্যাৰ ন্যায় আৰু বিচাৰ লগতে পৰিয়ালৰ প্ৰতি দিযা প্ৰতিশ্ৰুতি পূৰণৰ উপৰি নাগৰিকত্বৰ নামত অসমৰ বঙালীক ধাৰাবাহিকভাৱে চৰম হেও কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কে'বাশ লোকে অংশ লোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত চিৰাঙৰ উপাযুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে ৷

বাইট : মন্টু দে,সভাপতি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচন ।

Conclusion:অসমত হিন্দু বঙালী সকলক নাগৰিকত্ব দিয়াৰ বাবে চৰকাৰে কেব আনিব বিচাৰিছে কিন্ত সকলো নথি থকাৰ পিচতো কিয় বঙালি সকলক কেব লাগে বুলি প্ৰশ্ন কৰি কেবৰ বিৰোধিতা কৰে । কাৰন বিধায়ক শিলাদিত্য আৰু বিজেপিৰ কোনো এজন লোকে অপহৃত ব্যৱসায়ীক উদ্ধাৰ বা তেওঁৰ ঘৰত কিয় নাহিল বুলিও প্ৰশ্ন কৰে বঙালি ফেডেৰেচনৰ নেতৃত্বই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.