ETV Bharat / state

চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন - নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন

বিজনীৰ অক্সিগুৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিৱেশন । নৱ গঠিত সমিতিত এওশ্ৰাং বসুমতাৰীক সভাপতি আৰু ৰোমান বসুমতাৰীক সম্পাদক হিচাবে নিৰ্বাচিত কৰে ।

চিৰাং
চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন
author img

By

Published : Dec 29, 2019, 10:11 PM IST

চিৰাং, 29 ডিচেম্বৰঃ চিৰাঙৰ বিজনী আঞ্চলিক সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন । বিজনীৰ অক্সিগুৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিৱেশন । নৱ গঠিত সমিতিৰ এওশ্ৰাং বসুমতাৰীক সভাপতি আৰু ৰোমান বসুমতাৰীক সম্পাদক হিচাবে নিৰ্বাচিত কৰে । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷ লগতে উপস্থিত থাকে এবছুৰ বহু সংখ্যক কৰ্মকৰ্তা । মুকলি সভাত এবছুৰ উদ্যোগত আয়োজিত টেলেণ্ট চাৰ্চত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে উলুবাৰী হাইস্কুলৰ শিক্ষক মনিৰাম বসুমতাৰীক আদৰ্শ শিক্ষক আৰু অমিত বসুমতাৰীক আদৰ্শ খেতিয়ক হিচাপে সম্বৰ্দ্ধনা প্ৰদান কৰে এবছুয়ে ।

চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন

একেদৰেই চিৰাং জিলাৰ ৰৌমাৰী আঞ্চলিক সমিতিৰ অধিৱেশন অনুষ্টিত হয় ৰৌমাৰী সমুহীয়া প্ৰেক্ষাগৃহত । ইয়াতো এবছু সভাপতি প্ৰমোদ বড়োৰ লগতে জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰী উপস্থিত থাকে । এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে, চৰকাৰৰ অৱহেলাৰ বাবেই আজি খিলঞ্জীয়া লোক সকলে নিজৰ অস্থিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি থাকিবলগীয়া হৈছে । চৰকাৰে জনসাধাৰনৰ দাবীক আওকান কৰা বুলিও অভিযোগ কৰে নেতা জনে ।

Intro:চিৰাং জিলাৰ বিজনী আঞ্চলিক সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪তম বাৰ্ষিক অধিবেশন।বিজনীৰ অক্সিগুৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিবেশন। নৱ গঠিত সমিতিৰ এওশ্ৰাং বসুমতাৰীক সভাপতি আৰু ৰোমান বসুমতাৰীক সম্পাদক হিচাবে নিৰ্বাচিত কৰে। মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৰ লগতে উপস্থিত থাকে এবছুৰ বহু কৰ্মকৰ্তাৰ আৰু সমল ব্যক্তি। মুকলি সভাত এবছুৰ উদ্যোগত আয়োজিত টেলেণ্ট চাৰ্চত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনাজ্ঞাপন কৰাৰ লগতে উলুবাৰী হাইস্কুলৰ শিক্ষক মনিৰাম বসুমতাৰীক আদৰ্শ শিক্ষক আৰু অমিত বসুমতাৰীক আদৰ্শ খেতিয়ক হিচাপে সম্বৰ্দ্ধনা প্ৰদান কৰে এবছুয়ে ।
একেদৰেই চিৰাং জিলাৰ ৰৌমাৰী আঞ্চলিক সমিতিৰ অধিৱেশন অনুষ্টিত হয় ৰৌমাৰী সমুহীয়া প্ৰেক্ষাগৃহত । ইয়াতো এবছু সভাপতি প্ৰমোদ বড়োৰ লগতে জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ো উপস্থিত থাকে । এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে চৰকাৰৰ অৱহেলাৰ বাবেই আজি খিলঞ্জীয়া লোক সকলে নিজৰ অস্থিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি থাকিবলগীয়া হৈছে । চৰকাৰে জনসাধাৰনৰ দাবীক আওকান কৰা বুলিও অভিযোগকৰে বেতা জনে ।

বাইট : প্ৰমোদ বড়ো , সভাপতি এবছু।

Body:চিৰাং জিলাৰ বিজনী আঞ্চলিক সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪তম বাৰ্ষিক অধিবেশন।

Conclusion:চিৰাং জিলাৰ বিজনী আঞ্চলিক সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪তম বাৰ্ষিক অধিবেশন।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.