ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 23, 2022, 6:58 PM IST

Police Encounter: নিশাৰ মহানগৰীত এনকাউন্টাৰত আহত দুই চোৰ চিকিৎসাধীন

পুনৰ মহানগৰ আৰক্ষীৰ এনকাউন্টাৰ ৷ এইবাৰ আৰক্ষীৰ গুলিত আহত দুই চোৰ ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Gauhati Medical College and Hospital) চিকিৎসাধীন ধৃত দুই চোৰ ৷

Army truck accident : উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

উত্তৰ ছিকিমৰ জেমাত এখন সেনাৰ ট্ৰাক পথ দুৰ্ঘটনাত পতিত হয় । য'ত ভাৰতীয় সেনাৰ ১৬ গৰাকীকৈ বীৰ জোৱান নিহত হোৱাৰ তথ্য পোৱা গৈছে (16 soldier died in road accident in Sikkim)। হেলিকপ্টাৰৰ সহযোগত ৪ গৰাকী আহত সৈনিকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

Merapani boy missing : এটা চিগাৰেটেই কাল হ'ল নেকি মেৰাপানীৰ ৰঞ্জনৰ ?

কামৰ সন্ধানত বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ৰঞ্জন গগৈ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে (Merapani boy missing from Bengaluru)। ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ অপৰাধত বেংগালুৰুৰ ৰে'ল আৰক্ষীয়ে আটক কৰিছিল ৰঞ্জনক । ৰে'ল আৰক্ষী থানাৰ পৰা পলায়ন কৰিছিল যুৱকজনে । তেতিয়াৰে পৰা কোনো সন্ধান নাই যুৱকজনৰ ।

First Muslim girl IAF pilot: ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

মিৰ্জাপুৰৰ ছানিয়া মিৰ্জা হ’ল ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট ৷ এটি সাধাৰণ পৰিয়ালত জন্ম হোৱা ছানিয়া মিৰ্জাৰ এই সফলতা এতিয়া দেশজুৰি চৰ্চাত ৷ নিজৰ অধ্যৱসায়ৰ ফলত এই সফলতা অৰ্জন কৰিছে ছানিয়াই ৷ ছানিয়াৰ সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো ৷

Twitter New Feature: টুইটাৰৰ দুটা নতুন বৈশিষ্ট্য, ষ্টক মাৰ্কেট-Cryptocurrencyৰ বাবেও ১টা বৈশিষ্ট্য

বৃহস্পতিবাৰে ঘোষণা কৰিছে টুইটাৰৰ নতুন স্বত্বাধিকাৰী ইলন মাস্কে । এই নতুন বৈশিষ্ট্যৰ অধীনত আপুনি আপোনাৰ টুইটটো কিমানবাৰ চোৱা হৈছে সেয়া পৰীক্ষা কৰিব পাৰিব ।

TAYPA demands Ahom Land: অচিৰেই টাইপাই তৈয়াৰ কৰিব আহোমলেণ্ডৰ মানচিত্ৰ

টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ (Tai Ahom Yuba Parishad Asom)কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উত্থাপিত হ’ল আহোমলেণ্ডৰ প্ৰসংগ । ‘‘অচিৰেই টাইপাই তৈয়াৰ কৰিব আহোমলেণ্ডৰ মানচিত্ৰ (TAYAPA will create a map of Ahom Land) । আহোমলেণ্ডত কোনো জনজাতীয়-জনগোষ্ঠীয় লোকে সংশয় অথবা শংকাৰে দিন অতিবাহিত কৰিব নালাগে ।’’

Assam assembly winter session: চৰ অঞ্চলৰ লোকৰ বাবে বানপানী হয়: ৰূপজ্যোতি কুৰ্মী

‘‘ৰূপজ্যোতি কুৰ্মীক ন’বেল বঁটা(Novel Award) দিব লাগে, কিবা ক'ব লাগে বাবেই ৰূপজ্যোতি কুৰ্মীয়ে কৈ দিয়ে ৷’’ এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ চৰ অঞ্চলৰ লোকক লৈ বিধায়ৰ ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী বিধায়কসকল ৷

AKRSU protest: গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ, আৰক্ষীৰ লাঠিচালনা

জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠিচালনা ৷ কেইবাগৰাকীও প্ৰতিবাদকাৰীকো আটক আৰক্ষীৰ ৷

Jorhat Fire Update: অৱশেষত সম্পূৰ্ণৰূপে নিৰ্বাপন হ’ল যোৰহাটৰ জুই

অৱশেষত নিৰ্বাপন হ’ল যোৰটাৰ বিধ্বংসী জুই(Jorhat fire under control) ৷ 30 ঘণ্টাৰ অন্তত সম্পূৰ্ণ ৰূপে জুই নুমুৱাবলৈ সক্ষম হ’ল অগ্নি নিৰ্বাপক বাহিনী ৷ 21 ডিচেম্বৰৰ নিশা মাৰোৱাৰীপট্টিত সূত্ৰপাত হৈছিল এই জুইৰ(Massive Fire in Jorhat) ৷

Grim atmosphere at Ouphulia Tea Estate: শ্ৰমিকৰ মৃত্যুক লৈ উত্তাল ঔফুলীয়া চাহ বাগিচা

ডিব্ৰুগড়ৰ লেপেটকটাত চাহ ফেক্টৰীৰ কলঘৰৰ মেচিনত সোমাই আঘাতপ্ৰাপ্ত হোৱা মইনা নায়ক আজিও চিকিৎসালয়ৰ বিচনাতে সময় অতিবাহিত কৰি থকা সময়তে টিংখাঙত ঔফুলীয়া চাহ বাগিচাত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা(Tea worker's grisly accident in Ouphulia Tea Estate) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.