ETV Bharat / state

চৰাইদেউত অনুষ্ঠিত তিনিদিনীয়া ভাগৱতপাঠ

author img

By

Published : Mar 18, 2019, 9:28 PM IST

জিলাখনৰ সোণালীপাম বৰনামঘৰত অনুষ্ঠিত হয় শীৰ্ষক ধৰ্মীয় অনুষ্ঠানটো

সোণালীপাম বৰনামঘৰৰ ভাগৱতপাঠ

সোণালীপাম, ১৮ মাৰ্চঃ চৰাইদেউ জিলাৰ আদৰ্শ গাঁও সোণালীপামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অবিৰত ভাগৱতপাঠ কাৰ্যসূচীৰ ৷ হৰিনামৰ ৰসেৰে মুখৰিত হৈ পৰা সোণালীপাম গাঁওবাসীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

সোণালীপাম বৰনামঘৰৰ ভাগৱতপাঠ

অনু্ষ্ঠানৰ প্ৰথম দিনা আসন প্ৰতিষ্ঠা, কীৰ্তন পাঠ আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ অন্তিম দিনটোত আয়োজন কৰা ভাগৱত পাঠত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে ৷ ভাগৱত পাঠৰ শেষত নিশাৰ ভাগত স্থানীয় তথা আমন্ত্ৰিত শিল্পীসকলে বিপ্ৰ দামোদৰ নাটক মঞ্চস্থ কৰে ৷

Three Days "Bhagawat Path" held in Charaideo

Bhagawat Path, Charaideo, ভাগৱত পাঠ, চৰাইদেউ, সোণালীপাম বৰনামঘৰ, Sonalipaam Bor Naamghar

চৰাইদেউত অনুষ্ঠিত তিনিদিনীয়া ভাগৱতপাঠ

জিলাখনৰ সোণালীপাম বৰনামঘৰত অনুষ্ঠিত হয় শীৰ্ষক ধৰ্মীয় অনুষ্ঠানটো

সোণালীপাম, ১৮ মাৰ্চঃ চৰাইদেউ জিলাৰ আদৰ্শ গাঁও সোণালীপামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় অবিৰত ভাগৱতপাঠ কাৰ্যসূচীৰ ৷ হৰিনামৰ ৰসেৰে মুখৰিত হৈ পৰা সোণালীপাম গাঁওবাসীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

অনু্ষ্ঠানৰ প্ৰথম দিনা আসন প্ৰতিষ্ঠা, কীৰ্তন পাঠ আৰু নাম-প্ৰসংগ অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ অন্তিম দিনটোত আয়োজন কৰা ভাগৱত পাঠত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে ৷ ভাগৱত পাঠৰ শেষত নিশাৰ ভাগত স্থানীয় তথা আমন্ত্ৰিত শিল্পীসকলে বিপ্ৰ দামোদৰ নাটক মঞ্চস্থ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.