ETV Bharat / state

সোণাৰিত নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক - sivsagar arms recovered from nagaland to kohima bus etb bharat assam

'লাকী' নামৰ নৈশ বাছখন সোণাৰিৰ চেনী গুদামৰ বাছ আস্থানত ৰৈ থকা অৱস্থাত সোণাৰি আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই বাছখনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন্দুক কেইটা।

নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক
নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক
author img

By

Published : Nov 29, 2019, 9:53 PM IST

সোণাৰি, 29 নৱেম্বৰ: সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত শুকুৰবাৰে সন্ধিয়া নগালেণ্ডৰ মনৰ পৰা কহিমালৈ যোৱা এখন নৈশ বাছৰ পৰা সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪৫ টা বন্দুক । ঘটনাৰ বিৱৰণী মতে, চৰাইদেউ জিলাৰ গাতে লাগি থকা নগালেণ্ডৰ মন' জিলাৰ পৰা কহিমালৈ যাত্ৰা কৰা ব্লু হিলছ ট্রেভেলচৰ অধীনত চলা এন এল ০৭-বি-০৩৯৯ 'লাকী' নামৰ নৈশ বাছখন সোণাৰিৰ চেনী গুদামৰ বাছ আস্থানত ৰৈ থকা অৱস্থাত সোণাৰি আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই বাছখনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে বন্দুক কেইটা।

নৈশ বাছৰ পৰা উদ্ধাৰ ৪৫ টা বন্দুক

ঘটনা সন্দৰ্ভত বন্দুক সমূহৰ গৰাকী মন' জিলাৰ খামপাং কন্যাক(৪০)য়ে জনোৱা মতে বন্দুকসমূহ মন' জিলাৰ পৰা নগালেণ্ডৰ ৰাজধানী কহিমাত অহা ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া 'হৰ্ণবিল' উৎসৱত অনুষ্ঠিত কৰিবলৈ লোৱা এক অস্ত্ৰ প্ৰদৰ্শনীৰ লৈ যোৱা হৈছিল। কিন্তু বন্দুকসমূহৰ কোনো বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক মৃণাল ডেকাই বন্দুক সমূহ জব্দ কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷

লগতে পঢ়কঃৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

Intro:Body:সোণাৰিত নৈশ বাছৰ পৰা ৪৫ টা বন্দুক উদ্ধাৰ

Story-ARMS_RECOVERED
Ananta Smith
Sivasagar
29th November

সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত আজি সন্ধিয়া নগালেণ্ডৰ মনৰ পৰা কহিমালৈ যোৱা এখন নৈশ বাছৰ পৰা সোণাৰি আৰক্ষীয়ে ৪৫ টা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ গাতে লাগি থকা নগালেণ্ডৰ মন জিলাৰ পৰা কহিমালৈ যাত্ৰা কৰা ব্লু হিলছ ট্রেভেলচৰ অধীনত চলা এন এল ০৭-বি-০৩৯৯ 'লাকী' নামৰ নৈশ বাছ খন আজি সন্ধিয়া সোণাৰি নগৰৰ চেনী গুদাম অঞ্চলত থকা আস্থানত ৰৈ থাকোতে সোণাৰি আৰক্ষীয়ে নিয়মিত তালাচী চলাই বাছ খনৰ পৰা বস্তাৰে বান্ধি থোৱা অৱস্থাত ৪৫ টা বন্দুক উদ্ধাৰ কৰে।বন্দুকসমূহৰ গৰাকী মন জিলাৰ খামপাং কন্যাক(৪০)য়ে জনোৱা মতে বন্দুকসমূহ মন জিলাৰ পৰা নগালেণ্ডৰ ৰাজধানী কহিমাত অহা ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব লগা 'হৰ্ণবিল' উৎসৱ উপলক্ষত অনুষ্ঠিত কৰিব লোৱা এক অস্ত্ৰ প্ৰদৰ্শনিৰ উপলক্ষত নিয়া হৈছে।কিন্তু বন্দুকসমূহৰ বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক মৃণাল ডেকাই বন্দুকসমূহ জব্দ কৰি থানালৈ লৈ আনে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.