ETV Bharat / state

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন - road accident at sonari

সোণাৰিৰ চফ্ৰাই মোহন গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইকৰ খুন্দাত পথচাৰীৰ লগতে এজন বাইক আৰোহী নিহত।

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন
সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন
author img

By

Published : Apr 2, 2021, 10:14 PM IST

মৰাণ, 2 এপ্ৰিল : সোণাৰিৰ চফ্ৰাই মোহন গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইকৰ খুন্দাত এজন পথচাৰীৰ লগতে নিহত হৈছে এজন বাইক আৰোহী ।

জানিব পৰা মতে চফ্ৰাইৰ পৰা খনা চাহ বাগিচাৰ দিশে গৈ থকা এখন বাইকে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় হৰিদাস নন্দী নামৰ পথাচাৰী গৰাকীৰ লগতে বাইক চালক ৰিংকু ৰয় নামৰ এজন যুৱক । আনহাতে একেখন বাইকত যোৱা চানু আলম নামৰ আনগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ AS-04T-5303।

লগতে পঢ়ক: পীযুষ হাজৰিকাৰ উদ্ধতালি: ফোনযোগে সাংবাদিকক ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.