- পুনৰ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ
- অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন অব্যাহত (Assam Arunachal border border dispute continues)
- সীমান্তৱৰ্তী চৰাইপুঙত অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত বনাঞ্চল কাটি সীমা নিৰ্ধাৰণ কৰা ৰণ কৌশলৰ অভিযোগ
- অসমৰ প্ৰশাসনিক বিষয়া অবিহনে দিল্লী সংৰক্ষিত বনাঞ্চলত জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ
- সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত উত্তেজিত স্থানীয় ৰাইজপুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ
পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ - পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ
আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলৰ বৈঠকৰ পাছতে আগ্ৰাসী হৈ উঠিছে অৰুণাচলী সকল (Assam Arunachal border border dispute continues)। অসমৰ প্ৰশাসনিক বিষয়া অবিহনে চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ ।
![পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ Assam Arunachal border border dispute continues](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16234262-thumbnail-3x2-mughal.jpg?imwidth=3840)
পুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ
- পুনৰ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ
- অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন অব্যাহত (Assam Arunachal border border dispute continues)
- সীমান্তৱৰ্তী চৰাইপুঙত অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত বনাঞ্চল কাটি সীমা নিৰ্ধাৰণ কৰা ৰণ কৌশলৰ অভিযোগ
- অসমৰ প্ৰশাসনিক বিষয়া অবিহনে দিল্লী সংৰক্ষিত বনাঞ্চলত জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ
- সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত উত্তেজিত স্থানীয় ৰাইজপুনৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সীমা বিবাদ
Last Updated : Aug 30, 2022, 9:50 AM IST