ETV Bharat / state

লতাশিল থানা পালেহি উগ্ৰতাৰাৰ বিগ্ৰহ

গোলাঘাটৰ পৰা গুৱাহাটীলৈ লৈ অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷

লতাশিল থানাত উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ
author img

By

Published : May 2, 2019, 2:05 PM IST

গুৱাহাটী, 2 এপ্ৰিলঃ অৱশেষত গুৱাহাটীলৈ লৈ অনা হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ ৷ গোলাঘাট আৰক্ষীয়ে লতাশিল আৰক্ষীক আনুষ্ঠানিকভাৱে চমজাই দিয়ে 975 বছৰ পুৰনি অষ্ট-ধাতুৰ বিগ্ৰহটো ৷

লতাশিল থানাত উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

ইতিমধ্যে মন্দিৰৰ বিগ্ৰহটো চাবলৈ অজস্ৰ লোকে আহি ভিৰ কৰিছেহি লতাশিল থানাত ৷ মন্দিৰৰ দলৈয়ে জানিবলৈ দিয়া অনুসৰি, লতাশিল থানাৰ পৰা আদালতলৈ লৈ যোৱাৰ পৰৱৰ্তী সময়ত মন্দিৰ কৰ্তৃপক্ষক গতাই দিয়া হ'ব বিগ্ৰহটো ৷ ইতিমধ্যে আৰক্ষী থানাতেই ধূপ-ধুনা জ্বলাই ৰখা হৈছে বিগ্ৰহটো ৷

Intro: গোলাঘাটৰ পৰা লতাশিল থানালৈ অনা হল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ। বিগ্ৰহ লতাশিল থানা ত ধূপ চাকি জ্বলাই ৰাখি থোৱা হৈছে। মা ক চাবলৈ লতাশিল থানাতেই ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ।

Body:মন্দিৰৰ পুৰণি বিগ্ৰহ পোৱাৰ পিছত মন্দিৰৰ দলৈৰ লগতে স্থানীয় ৰাইজ আৰু ভক্তই সুখ প্ৰকাশ কৰিছে। যিহেতু আজি নতুন বিগ্ৰহ স্থাপনৰ ধাৰ্য দিন আছিল কিন্তু পুৰণি বিগ্ৰহ উদ্ধাৰৰ পিছত দলৈ জানিবলৈ দিছে যে পুৰণি আৰু নতুন বিগ্ৰহ স্থাপনৰ বাবে দিন ধাৰ্য কৰিব বিজ্ঞ লোকৰ পৰামৰ্শ মৰ্মে। মন্দিৰৰ দলৈ জানিবলৈ দিয়া মতে বিগ্ৰহ টোক আৰক্ষীয়ে গতাই দিব 2 বজাৰ পিছত। লতাশিলৰ পৰা কর্টলৈ লৈ যোৱাৰ পিছতে আৰক্ষীয়ে গতাই দিব বিগ্ৰহ মন্দিৰ কৰ্তৃপক্ষক।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.